• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
21 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ত দেশৰ নাম উজলোৱা ৫ গৰাকী ভাৰতীয় কন্যা

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
২০২৪ত দেশৰ নাম উজলোৱা ৫ গৰাকী ভাৰতীয় কন্যা
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষ ২০২৪ত ভাৰতে অৰ্জন কৰিছে বহু কৃতিত্ব। আমি যদি কেৱল ক্ৰীড়া জগতৰ কথা কওঁ, তেন্তে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত বহু মহিলা খেলুৱৈয়ে গৌৰৱ কঢ়িয়াই আনিছে দেশলৈ। চলিত বৰ্ষক বিদায় জনোৱাৰ প্ৰাকমুহূৰ্তত জানো আহক বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে আন আন ক্ষেত্ৰত বিশেষ কৃতিত্ব গঢ়া দেশৰ পাঁচগৰাকী কন্যাৰ বিষয়ে।

মনু ভাকৰ

২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছত ভাৰতে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল আৰু দেশখনে বহু পদক লাভ কৰিছিল। একে সময়তে দেশৰ স্বাধীনতাৰ পাছত মনু ভাকেৰে একেটা সংস্কৰণতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।

২২ বছৰীয়া মনুৱে ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ উপৰি তেওঁৰ সংগী সৰবজোৎ সিঙৰ সৈতে ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টটো ব্ৰঞ্জৰ পদক লাভ কৰে।

অৱনী লেখাৰা

ভাৰতীয় ৰাইফল শ্বুটাৰ অৱনী লেখাৰাই ২০২৪ চনৰ পেৰালিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিছিল। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিক গেমছত ১০ মিটাৰ এয়াৰ পিষ্টলত দুটা পদক লাভ কৰিছিল অৱনী লেখাৰাই। ইয়াত অৱনীয়ে ব্ৰঞ্জৰ পদকো লাভ কৰে। একেখন ইভেণ্টতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী পেৰালিম্পিক মহিলা খেলুৱৈ হিচাপেও পৰিগণিত হয় অৱনী।

সন্মানীয় প্ৰতিযোগিতাখনত দুটাকৈ পদক জয় কৰি অৱনীয়ে কৈছিল, ‘দেশৰ বাবে স্বৰ্ণ পদক লাভ কৰি মই অতি সুখী’।

নেন্সি ত্যাগী

উত্তৰ প্ৰদেশ বাগপট-বৰাউতৰ বাসিন্দা ফেশ্বন ইনফ্লৱেন্সাৰ নেন্সি ত্যাগীৰ বিষয়ে আজি সকলো জ্ঞাত। নেন্সীয়ে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত অভিষেক ঘটাই সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত নেন্সীয়ে নিজৰ হাতেৰে নিৰ্মিত প্ৰতিটো পোছাকৰে দৃষ্টি কাঢ়িছিল বিশ্ববাসীৰ। সোণম কাপুৰকে ধৰি বহু অভিনেত্ৰীয়ে নেন্সীৰ সাজ-পোছাকক ভূয়সী প্ৰশংসা কৰিছিল। দিল্লীৰ গান্ধী নগৰ (সীলমপুৰ) বজাৰৰ পৰা কাপোৰ ক্ৰয় কৰি নেন্সি ত্যাগীয়ে ট্ৰেণ্ডি ড্ৰেছ তৈয়াৰ কৰে।

মোহনা সিং

বায়ুসেনাৰ তেজছ যুদ্ধ বিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট হৈ ইতিহাস ৰচিছে স্কোয়াড্ৰন লীডাৰ মোহনা সিঙে। গুজৰাটৰ নলিয়াত থকা ১৮ নং ফ্লাইং বুলেট স্কোয়াড্ৰনৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছে। যোধপুৰৰ ‘তৰং শক্তি’ অনুশীলনৰ অংশও আছিল মোহনা সিং, য’ত তিনিটা সেনাৰ তিনিজন উপ-মুখ্যৰ সৈতে ঐতিহাসিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল। ভাৰতীয় বায়ুসেনাত যুদ্ধ বিমান পাইলট হোৱা তিনিগৰাকী মহিলাৰ প্ৰথম গ্ৰুপত মোহনা সিংও আছিল।

সাধনা ছাক্সেনা

অৱশেষত ২০২৪ চনৰ চলিত বৰ্ষত লেফটেনেণ্ট জেনেৰেল সাধনা ছাক্সেনা নাইৰে চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ লগতে সাধাৰণ চিকিৎসালয় সেৱা (সশস্ত্ৰ বাহিনী)ৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা আৰু লগতে পশ্চিম বায়ু কমাণ্ডৰ প্ৰধান চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।

উল্লেখ্য যে, পৰিয়াল চিকিৎসা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু মাতৃ আৰু শিশু স্বাস্থ্যৰ ডিপ্লমাকে ধৰি বহু অৰ্হতা আছে লেফটেনেণ্ট জেনেৰেল নাইৰৰ। কেৱল এয়াই নহয়, সাধনাই ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল, পাৰমাণৱিক (চিবিআৰএন) যুদ্ধৰ প্ৰশিক্ষণ আৰু ছুইজাৰলেণ্ডৰ স্পিজত চুইজাৰলেণ্ডৰ সশস্ত্ৰ বাহিনীৰ সৈতে সামৰিক চিকিৎসা নৈতিকতাৰ প্ৰশিক্ষণো লৈছে।

তেওঁৰ উল্লেখনীয় অৱদানৰ বাবে ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে তেওঁক পশ্চিম এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ (AOC-in-C)ৰ লগতে বিশিষ্ট সেৱা পদক প্ৰদান কৰে।

Tags: Avani LekharaManu BhakerMohana SinghNancy TyagiSadhna Saxena NairYear Ender

Related Posts

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা
Top News

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025