• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ত দেশৰ নাম উজলোৱা ৫ গৰাকী ভাৰতীয় কন্যা

Nation NE by Nation NE
December 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
২০২৪ত দেশৰ নাম উজলোৱা ৫ গৰাকী ভাৰতীয় কন্যা
Share on FacebookShare on TwitterWhatsApp

চলিত বৰ্ষ ২০২৪ত ভাৰতে অৰ্জন কৰিছে বহু কৃতিত্ব। আমি যদি কেৱল ক্ৰীড়া জগতৰ কথা কওঁ, তেন্তে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত বহু মহিলা খেলুৱৈয়ে গৌৰৱ কঢ়িয়াই আনিছে দেশলৈ। চলিত বৰ্ষক বিদায় জনোৱাৰ প্ৰাকমুহূৰ্তত জানো আহক বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ লগতে আন আন ক্ষেত্ৰত বিশেষ কৃতিত্ব গঢ়া দেশৰ পাঁচগৰাকী কন্যাৰ বিষয়ে।

মনু ভাকৰ

২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছত ভাৰতে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল আৰু দেশখনে বহু পদক লাভ কৰিছিল। একে সময়তে দেশৰ স্বাধীনতাৰ পাছত মনু ভাকেৰে একেটা সংস্কৰণতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।

২২ বছৰীয়া মনুৱে ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ উপৰি তেওঁৰ সংগী সৰবজোৎ সিঙৰ সৈতে ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টটো ব্ৰঞ্জৰ পদক লাভ কৰে।

অৱনী লেখাৰা

ভাৰতীয় ৰাইফল শ্বুটাৰ অৱনী লেখাৰাই ২০২৪ চনৰ পেৰালিম্পিক গেমছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিছিল। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিক গেমছত ১০ মিটাৰ এয়াৰ পিষ্টলত দুটা পদক লাভ কৰিছিল অৱনী লেখাৰাই। ইয়াত অৱনীয়ে ব্ৰঞ্জৰ পদকো লাভ কৰে। একেখন ইভেণ্টতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী পেৰালিম্পিক মহিলা খেলুৱৈ হিচাপেও পৰিগণিত হয় অৱনী।

সন্মানীয় প্ৰতিযোগিতাখনত দুটাকৈ পদক জয় কৰি অৱনীয়ে কৈছিল, ‘দেশৰ বাবে স্বৰ্ণ পদক লাভ কৰি মই অতি সুখী’।

নেন্সি ত্যাগী

উত্তৰ প্ৰদেশ বাগপট-বৰাউতৰ বাসিন্দা ফেশ্বন ইনফ্লৱেন্সাৰ নেন্সি ত্যাগীৰ বিষয়ে আজি সকলো জ্ঞাত। নেন্সীয়ে ২০২৪ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত অভিষেক ঘটাই সমগ্ৰ বিশ্বত আলোড়নৰ সৃষ্টি কৰিছিল। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত নেন্সীয়ে নিজৰ হাতেৰে নিৰ্মিত প্ৰতিটো পোছাকৰে দৃষ্টি কাঢ়িছিল বিশ্ববাসীৰ। সোণম কাপুৰকে ধৰি বহু অভিনেত্ৰীয়ে নেন্সীৰ সাজ-পোছাকক ভূয়সী প্ৰশংসা কৰিছিল। দিল্লীৰ গান্ধী নগৰ (সীলমপুৰ) বজাৰৰ পৰা কাপোৰ ক্ৰয় কৰি নেন্সি ত্যাগীয়ে ট্ৰেণ্ডি ড্ৰেছ তৈয়াৰ কৰে।

মোহনা সিং

বায়ুসেনাৰ তেজছ যুদ্ধ বিমান উৰুওৱা প্ৰথমগৰাকী মহিলা পাইলট হৈ ইতিহাস ৰচিছে স্কোয়াড্ৰন লীডাৰ মোহনা সিঙে। গুজৰাটৰ নলিয়াত থকা ১৮ নং ফ্লাইং বুলেট স্কোয়াড্ৰনৰ দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছে। যোধপুৰৰ ‘তৰং শক্তি’ অনুশীলনৰ অংশও আছিল মোহনা সিং, য’ত তিনিটা সেনাৰ তিনিজন উপ-মুখ্যৰ সৈতে ঐতিহাসিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল। ভাৰতীয় বায়ুসেনাত যুদ্ধ বিমান পাইলট হোৱা তিনিগৰাকী মহিলাৰ প্ৰথম গ্ৰুপত মোহনা সিংও আছিল।

সাধনা ছাক্সেনা

অৱশেষত ২০২৪ চনৰ চলিত বৰ্ষত লেফটেনেণ্ট জেনেৰেল সাধনা ছাক্সেনা নাইৰে চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ লগতে সাধাৰণ চিকিৎসালয় সেৱা (সশস্ত্ৰ বাহিনী)ৰ সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা আৰু লগতে পশ্চিম বায়ু কমাণ্ডৰ প্ৰধান চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা।

উল্লেখ্য যে, পৰিয়াল চিকিৎসা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু মাতৃ আৰু শিশু স্বাস্থ্যৰ ডিপ্লমাকে ধৰি বহু অৰ্হতা আছে লেফটেনেণ্ট জেনেৰেল নাইৰৰ। কেৱল এয়াই নহয়, সাধনাই ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল, পাৰমাণৱিক (চিবিআৰএন) যুদ্ধৰ প্ৰশিক্ষণ আৰু ছুইজাৰলেণ্ডৰ স্পিজত চুইজাৰলেণ্ডৰ সশস্ত্ৰ বাহিনীৰ সৈতে সামৰিক চিকিৎসা নৈতিকতাৰ প্ৰশিক্ষণো লৈছে।

তেওঁৰ উল্লেখনীয় অৱদানৰ বাবে ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে তেওঁক পশ্চিম এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ (AOC-in-C)ৰ লগতে বিশিষ্ট সেৱা পদক প্ৰদান কৰে।

Tags: Avani LekharaManu BhakerMohana SinghNancy TyagiSadhna Saxena NairYear Ender

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025