• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰ-পূব ভূমিৰে বেৰি থকা অঞ্চল, বাংলাদেশ এই সমগ্ৰ অঞ্চলৰ সমুদ্ৰৰ ৰক্ষক : মহম্মদ ইউনুছ

Nation NE by Nation NE
April 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, উত্তৰ পূৱ
0 0
উত্তৰ-পূব ভূমিৰে বেৰি থকা অঞ্চল, বাংলাদেশ এই সমগ্ৰ অঞ্চলৰ সমুদ্ৰৰ ৰক্ষক : মহম্মদ ইউনুছ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ গৈছিল চীন ভ্ৰমণৰ বাবে। এই ভ্ৰমণৰ সমছোৱাত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। বৈঠকৰ অন্তত চীন আৰু বাংলাদেশৰ মাজত বহু গুৰুত্বপূৰ্ণ বিষয়ত স্বাক্ষৰো কৰা হয়।

এই বৈঠকৰ মাজতে ভাৰতৰ উত্তৰ-পূবক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল মাটিৰ দ্বাৰা বেৰি থকা এক অঞ্চল আৰু যিয়ে চীনক এক সুন্দৰ সুবিধা প্ৰদান কৰে বুলি মন্তব্য কৰে।

চাৰিদিনীয়া চীন যাত্ৰাৰ মহম্মদ ইউনুছে উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা এই মন্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

চীনৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ইউনুছে সমুদ্ৰ ক্ষেত্ৰত বাংলাদেশ মহাসাগৰৰ একমাত্ৰ সংৰক্ষক বুলি কৈ এয়া চীনৰ বাবে এক ডাঙৰ সুবিধা যাৰ জৰিয়তে চীনে নিজৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰে বুলি মন্তব্য কৰে।

মহম্মদ ইউনুছৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা মন্তব্যৰ পিছতে ভাৰতৰ ৰাজনীতিত বিষয়টোৱে খলকনিৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীল সন্যালে সামাজিক মাধ্যমৰ জৰিয়তে মহম্মদ ইউনুছক প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ কয়, ‘বাংলাদেশলৈ চীনে অৰ্থনৈতিক সকাহ প্ৰদান কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু বাংলাদেশে ভাৰতৰ সাত ৰাজ্যৰ কথা কিয় উল্লেখ কৰিছে সেয়াহে ডাঙৰ প্ৰশ্ন’।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ এই মন্তব্যক বিভিন্ন ৰাজ নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও কঠোৰ ভাষাৰে সমালোচনা কৰে।

Tags: BangladeshIndiaMuhammad YunusNorth-East

Related Posts

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি
Top News

March 21, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026

শীৰ্ষ সংবাদ

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025