• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
21 °c
Guwahati
20 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ মৃত্যুঃ দুৰ্ঘটনা নে ষড়যন্ত্ৰ? ভাইৰেল ভিডিঅ’য়ে উত্থাপন কৰিছে বহু প্ৰশ্নৰ…

Nation NE by Nation NE
September 24, 2025
in Top News, অসম
0 0
জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ
Share on FacebookShare on TwitterWhatsApp

অসমীয়াৰ প্ৰাণৰো প্ৰাণ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হয়। অৱশ্যে তেওঁৰ শেষৰটো ভিডিঅ’ আৰু অভিযোগে এই ঘটনাক লৈ ৰহস্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনা নে ষড়যন্ত্ৰ? এইক্ষেত্ৰত উত্থাপন হৈছে বহু প্ৰশ্নৰ।

প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল গভীৰভাৱে ভাঙি পৰিছে। তেওঁৰ মৃত্যুক লৈ চলি থকা প্ৰশ্নবোৰে বিষয়টো আৰু অধিক গভীৰ কৰি তুলিছে। ৰাইজে আৰম্ভ কৰিছে উচিত তদন্তৰ দাবী। সমগ্ৰ অসমতে কেৱল এটা বা দুটা নহয়, ৫৪টা এফআইআৰ  দাখিল কৰা হৈছে।

ইফালে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত প্ৰকাশ পাইছে কেইবাটাও গোপন কথা। ভিডিঅ’টোবোৰৰ উদ্ধৃতি দি এক প্ৰতিবেদন অনুসৰি, সেই সময়ত ইয়টত থকা বহুকেইজন লোকে তেওঁক পানীত প্ৰৱেশ কৰিবলৈ হেঁচা দিয়া যেন দেখা গৈছে, আনহাতে জুবিন গাৰ্গ এইক্ষেত্ৰত ইচ্ছুক বা মানসিকভাৱেও প্ৰস্তুত হোৱা যেন দেখা নাযায়। জুবিন গাৰ্গৰ এগৰাকী সংগী শেখৰ গোস্বামীৰ বিৰুদ্ধেও কিছু প্ৰশ্নৰ উত্থাপন হৈছিল।

অৱশ্যে এজন অসমীয়া ইউটিউবাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জুবিন গাৰ্গৰ সংগী শেখৰ গোস্বামীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত বহু অভিযোগ অস্বীকাৰ কৰে। গোস্বামীয়ে উল্লেখ কৰে যে, তেওঁক ইয়টত উঠাই দিয়াজন তেওঁ নহয়, অসম সন্থাৰ আন কিছুমান সদস্যইহে লৈ গৈছিল। কিন্তু এইটো শেষৰ ভিডিঅ’টোৰ বিষয়ে।

গতিকে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি উত্থাপন হোৱা প্ৰশ্নই এই বিষয়টোক অধিক ৰহস্যময় আৰু গভীৰ কৰি তুলিছে। ইতিমধ্যে এই বিষয়ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ফেষ্টিভেল মহন্ত খ্যাত শ্যামকানু মহন্তৰ নামো সাঙুৰ খাইছে।

জুবিন গাৰ্গ চতুৰ্থ North-East  Festival ৰ বাবে ছিংগাপুৰলৈ গৈছিল, য’ত এই ঘটনা সংঘটিত হৈছিল। ১৯ ছেপ্টেম্বৰত সাঁতুৰিবলৈ গৈ তেওঁৰ মৃত্যু হয় বুলি ইতিমধ্যে খবৰ ওলাইছে যদিও তেওঁৰ মৃত্যুৰ ৰহস্য অবিৰতভাৱে চলি থাকে, যাৰ ফলত ছিংগাপুৰত কৰাৰ পিছতো অসমতো তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ল। এতিয়া সকলোৱে মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টলৈ অপেক্ষা কৰিছে। ইতিমধ্যে অসমত আহি উপস্থিত CID দল।

বৰ্তমান প্ৰত্যেকগৰাকী অসমীয়াৰ মনত এইয়াই আশা যে মৰমৰ শিল্পী জুবিন গাৰ্গৰ লগত যদি সচাঁকৈয়ে কোনো অন্যায় হৈছে, তেনেহলে ইয়াৰ উচিত বিচাৰ হ’ব লাগে।

Tags: Zubeen Garg

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025