• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
20 °c
Guwahati
20 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে Festival মহন্ত! গুৱাহাটীত উপস্থিত হোৱাৰ খবৰ…

Nation NE by Nation NE
September 25, 2025
in Top News, অসম
0 0
শোকাহত ৰাজ্য… শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল

শ্যামকানু মহন্তৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

অৱশেষত গুৱাহাটীত আহি উপস্থিত হ’ল বিতৰ্কিত শ্যামকানু মহন্ত। বুধবাৰে নিশা বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে। বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ পৰা নিশা ১১.৪০ বজাত এয়াৰ ইণ্ডিয়া বিমানযোগে শ্যামকানু মহন্ত গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা পোৱা গৈছে।

আজিয়েই এই শ্যামকানু মহন্ত নামৰ বেপাৰীজনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। ইফালে যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। অসম আৰক্ষীয়ে ধৰা পেলাইছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ অৱস্থিতি।

ইফালে শ্যামকানু মহন্তৰ গুৱাহাটীস্থ ঘৰৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। জুবিনৰ অনুৰাগীয়ে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত এই ব্যৱস্থা লোৱা হৈছে। শ্যামকানু মহন্তৰ বাসগৃহলৈ যোৱা কাৰ্বি পথতো মোতায়েন কৰা হৈছে CPRF বাহিনী।

উল্লেখ্য যে, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগৰ সৈতে সাঙোৰ খাইছে শ্যামকানু মহন্তৰ তথা সিদ্ধাৰ্থ শৰ্মাৰ নাম। জুবিন মৃত্যু পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যজুৰি দাখিল কৰা হৈছে গোচৰ। ১৮/২০২৫ নম্বৰত CIDত ৰুজু হৈছে BNS 105 আৰু BNS 106 ধাৰাত গোচৰ। ইতিমধ্যে এই গোচৰৰ অনুসন্ধাৰ আৰম্ভ কৰিছে CIDৰ দলে।

Tags: Zubeen Garg

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

March 21, 2026
চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025