হেণ্ডকাফ লগাই অনা হ’ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। CID কাৰ্যালয়ত হেণ্ডকাফ লগাই অনা হৈছে সিদ্ধাৰ্থ শৰ্মাক আৰু বেপাৰী শ্যামকানুক।
CIDৰ লকআপৰ ভিতৰত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুক। শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ১৮/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।
লকআপৰ ভিতৰত শ্যামকানু মহন্ত
ইতিমধ্যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটোও উদ্ধাৰ কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইলটো।
লকআপৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মা











