• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 10, 2026
21 °c
Guwahati
22 ° Wed
22 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

Nation NE by Nation NE
February 10, 2026
in Top News, অসম
0 0
নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…
Share on FacebookShare on TwitterWhatsApp

আজিৰে পৰা ন-ৰূপত উদ্ভাসিত হ’ব সোণাপুৰৰ জুবিনক্ষেত্ৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আজিৰে পৰা আৰম্ভ হ’ব জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম। প্ৰশাসন, জুবিন গাৰ্গ ফেন ক্লাৱৰ ব্যৱস্থাপনাত স্থানীয় ৰাইজে চিকুণাইছে জুবিন ক্ষেত্ৰ।

সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ হ’ল স্বচ্চতা অভিযান। সকলো ক্ষুদ্ৰ ব্যৱসায়ীকে নিজৰ নিজৰ দোকান আঁতৰাবলৈ নিৰ্দেশ দিছে প্ৰশাসনে। সীমাৰ ৱাল নিৰ্মাণৰ বাবে আঁতৰবলৈ দিয়া হৈছে জুবিন ক্ষেত্ৰৰ দোকানসমূহ। যাৰ বাবে এতিয়া জুবিন ক্ষেত্ৰত থকা অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে আঁতৰাই পঠিওৱা হৈছে।

ইয়াৰ লগতে পুৱাৰ ভাগতে জুবিন ক্ষেত্ৰত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। তেওঁ তদাৰক কৰিছে জুবিন ক্ষেত্ৰৰ সকলো ব্যৱস্থাপনা। স্থানীয় ৰাইজ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যই ইতিমধ্যে আৰম্ভ কৰিছে জুবিন ক্ষেত্ৰত স্বচ্ছতা অভিযান।

৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে ডিমৰীয়া সমজিলা প্ৰশাসনো। যাৰ এতিয়াৰে পৰা অনুৰাগীয়ে নতুন ৰূপত দেখিবলৈ পাব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী। ইতিমধ্যে নিৰ্মাণ শ্ৰমিকৰ দলো জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৰম্ভ কৰিছে যাৱতীয় কাম কাজ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে এগৰাকী কেব চালকে জুবিন ক্ষেত্ৰৰ বিশৃংখলময় পৰিস্থিত দেখি সামাজিক মাধ্যমত এক নিজৰ ক্ষোভ উজাৰিছিল। জুবিন ক্ষেত্ৰৰ শেহতীয়া পৰিৱেশ দেখি আজিৰ পৰা জুবিন ক্ষেত্ৰলৈ নাহো লগতে পৰ্যটকৰ সন্মুখত লজ্জিত হৈ নিজকে অসমীয়া বুলি পৰিচয় দিবলৈলাজ লাগিছে বুলি সামাজিক মাধ্যমত এটি ভিডিঅ আপলোড কৰিছিল কেব চালকজনে।

এই ভিডিঅটিৰ প্ৰতিক্ৰিয়া স্বৰূপে গৰিমা শইকীয়া গাৰ্গেও জুবিন ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে পৰিষ্কাৰ কৰিবলৈ সাজু হৈছে প্ৰশাসন।

Tags: #JusticeForZubeenGarg

Related Posts

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 10, 2026

শীৰ্ষ সংবাদ

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

এপষ্টেইন ফাইলছ কি? কি তথ্য প্ৰকাশ পাইছে এই ফাইলছত? কোন কোন ব্যক্তিৰ নাম সাঙোৰ খাইছে এই বিষয়ত?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025