• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৩ ছেপ্তেম্বৰত হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া

Nation NE by Nation NE
September 21, 2025
in Top News, BIG BREAKING, অসম
0 0
মায়াবিনীৰ বুকুত লুকাই গ’ল জুবিন গাৰ্গ, শোক প্ৰকাশ বহুজনৰ…
Share on FacebookShare on TwitterWhatsApp

চিৰ নিদ্ৰাত অসমৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ সম্প্ৰতি আছে সৰুসজাইত। এই সৰুসজাই ষ্টেডিয়ামতে আজি আৰু কাইলৈৰ দিনটোত তেওঁক অনুৰাগীসকলে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাব।

মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই থকাৰ সময়তে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত আহিছে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ কমাৰকুছিৰ হাটীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’বলগীয়া স্থানটো হৈছে দিচাং ৰিজৰ্টৰ সমীপত।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে জানিব দিয়ে যে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’বলগীয়া ঠাইতে নিৰ্মাণ কৰা হ’ব সমাধি ক্ষেত্ৰ। ইফালে যোৰহাটতো জুবিন গাৰ্গৰ ভস্ম লৈ যোৱা হ’ব আৰু তাতো নিৰ্মাণ কৰা হ’ব সমাধি ক্ষেত্ৰ।

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি, জুবিন গাৰ্গৰ নশ্বৰ দেহ ২৩ ছেপ্তেম্বৰৰ পুৱা ৮ বজাত সৰুসজাইৰ পৰা সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া স্থানলৈ লৈ যোৱা হ’ব আৰু সেইদিনাই সম্পন্ন হ’ব শেষকৃত্য।

Tags: Himanta Biswa SarmaLast RitesZubeen Garg

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025