• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

অশান্ত বাংলাদেশ, শ্বেখ হাছিনাৰ দিনত ভাৰতৰ সৈতে হোৱা চুক্তিৰ পুনৰ মূল্যায়নৰ দাবী

Nation NE by Nation NE
February 19, 2025
in Uncategorized
0 0
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাতিল পাছপ’ৰ্ট
Share on FacebookShare on TwitterWhatsApp

শীঘ্ৰে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বাংলাদেশত ৰাজনৈতিক কাৰ্যকলাপ অতি তীব্ৰতৰ হৈ পৰিছে। নিৰ্বাচনী পৰিৱেশত বাংলাদেশৰ নেতাসকলে ভাৰতৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে।

বিএনপিৰ ভাৰপ্ৰাপ্ত সভাপতি তাৰিক ৰহমানে তিষ্টা বেংকত অনুষ্ঠিত এক সমাৱেশত কয় যে, বাংলাদেশৰ উচ্ছেদিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ সৈতে কৰা একপক্ষীয় চুক্তিসমূহৰ পুনৰ মূল্যায়নৰ প্ৰয়োজন।

বিগত কেইদিনমানৰ পৰা তীস্তা নদীৰ পাৰত সভা অনুষ্ঠিত হৈ আছে। ভাৰতৰ পৰা তীস্তা নদীৰ উচিত অংশ ৰক্ষা কৰাৰ উদ্দেশ্যে চৰকাৰী মাষ্টাৰ প্লেনৰ দাবীত সভা অনুষ্ঠিত কৰি আহিছে। এই কাৰ্যসূচীৰ আঁৰত বিএনপি আছে যদিও সকলো ৰাজনৈতিক মতাদৰ্শৰ অসংক্য লোকে ইয়াত অংশগ্ৰহণ কৰিছে।

সভাত ভাষণ দি বিএনপিৰ কাৰ্যবাহক অধ্যক্ষ তাৰিক ৰহমানে তীস্তা নদীৰ পানীৰ উচিত অংশ আৰু এক বিস্তৃত পৰিকল্পনাৰ দাবীত দুদিনীয়া আন্দোলনক সমৰ্থন আগবঢ়ায়। তেওঁ কয় যে, তীস্তা নদীৰ পানী ওপৰত বাংলাদেশৰেই অধিকাৰ আছে। তথাপিও বাংলাদেশে তীস্তা নদীৰ পানীৰ বাবে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে।

তেওঁ কয় যে, সমগ্ৰ বিশ্বই এই আন্দোলন দেখিছে। তীস্তা নদীৰ দুয়োপাৰৰ লাখ লাখ লোকৰ অংশগ্ৰহণে এই আন্দোলনক অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগতে তেওঁ আগন্তুক নিৰ্বাচনত বিএনপিক ঐক্যবদ্ধভাৱে ভোটদান কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰেহমানে লণ্ডনৰ পৰা ভাৰ্চুৱেল মোডত সমবেত হোৱা হাজাৰ হাজাৰ লোকক সম্বোধন কৰি জোৰ দি কয় যে, তীষ্টাৰ পানীৰ অংশ দাবী কৰাটো আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত এক বৈধ অধিকাৰ। এয়া কোনো দাতব্য, উদাৰতা বা সদিচ্ছাৰ কাৰ্য্য নহয়।

Tags: BangaldeshdamSheikh Hasina

Related Posts

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025
আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত
Uncategorized

আমেৰিকাৰ টিন হাউচ অটম ৰাইটাৰ্চ ৱৰ্কশ্বপলৈ নিৰ্বাচিত হৈছে অসমৰ লেখক অনিন্দিত দত্ত

November 18, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বিজেপি নাথাকিলে অসমখন লৈ ল’ব মিঞাই’, মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰণ

November 13, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025