• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 17, 2026
23 °c
Guwahati
24 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

Nation NE by Nation NE
February 17, 2026
in Uncategorized, ৰাষ্ট্ৰীয়
0 0
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Share on FacebookShare on TwitterWhatsApp

বিগত বৰ্ষৰ এপ্ৰিল মাহত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি কৰিবলৈ ১৬ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিৰ্দেশ দিয়ে। বিগত বৰ্ষৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰায় ৫০ টা পৰ্যটনস্থলী বন্ধ কৰি দিছিল উপ-ৰাজ্যপাল প্ৰশাসনে।

লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ে এক্সৰ ওপৰত দিয়া এটা পোষ্টত কয় যে, ‘সম্পূর্ণ নিৰাপত্তা পৰ্যালোচনা আৰু বিবেচনাৰ অন্তত তেওঁ কাশ্মীৰ আৰু জম্মু সংমণ্ডলৰ অধিক পৰ্যটনস্থলী মুকলি কৰাৰ নিৰ্দেশ দিছে, যিবোৰ সাময়িকভাৱে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ হৈ আছিল।

ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত লেফটেনেণ্ট গৱৰ্ণৰে ১২টা পৰ্যটনস্থলী পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল। সিনহাই কয় যে, কাশ্মীৰ সংমণ্ডলৰ ১১ টা পৰ্যটনস্থলী – কোকেৰনাগৰ যুছমাৰ্গ, দূধপাথ্ৰি, দণ্ডিপুৰা পাৰ্ক, শ্বোপিয়ানৰ পিৰ কি গালি, ডুবজান আৰু পদপৱন, আস্তানপোৰা, টিউলিপ গাৰ্ডেন, শ্ৰীনগৰৰ থাজৱাছ হিমবাহ, গণ্ডাৰবলৰ হাং পাৰ্ক, আৰু বাৰামুল্লাৰ ৱুলাৰ আৰু ৱাটলাব – তৎক্ষণাত পুনৰ মুকলি কৰা হ’ব।

তেওঁ কয় যে জম্মু সংমণ্ডলৰ তিনিটা পৰ্যটনস্থলী – ৰিয়াচীৰ দেৱী পিণ্ডী, ৰামবানৰ মাহু মংগাট, আৰু কিষ্টৱাৰৰ মোগল মৈদান –ও তাৎক্ষণিক কাৰ্যকৰীতাৰে পুনৰ মুকলি কৰা হ’ব। কাশ্মীৰ বিভাগৰ তিনিটা স্থান— গুৰেজ, আথৱা, আৰু বাংগুছ—আৰু জম্মু সংমণ্ডলৰ এটা স্থান—ৰামবানৰ ৰামকুণ্ড—তুষাৰ গলি যোৱাৰ পিছত পুনৰ মুকলি হ’ব সিনহাই জানিবলৈ দিয়ে।

সোমবাৰে জম্মু-কাশ্মীৰৰ গুলমাৰ্গত ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া শীতকালীন গেমছত অংশগ্ৰহণ কৰিব ৭০০ৰো অধিক খেলুৱৈ আৰু বিষয়াই। স্কি সহায়ক মহম্মদ ৰফিক চেচিয়ে কয় যে,  শীতকালত ভাল বৰফ পৰিছে, যাৰ ফলত স্কিইং আৰু স্লেডিঙৰ কাৰ্য্যকলাপ বৃদ্ধি পাইছে। ইয়াত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া শীতকালীন গেমছে জম্মুৰ ব্যৱসায়ীৰ জীৱিকা উপাৰ্জনত সহায় কৰিব।

Tags: Jammu Kashmir

Related Posts

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’
Top News

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’

February 17, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 15, 2026
আজি মহা শিৱৰাত্ৰি, জানক মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ বিশেষ নিয়ম

February 14, 2026

শীৰ্ষ সংবাদ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আকাশত দেখিবলৈ পোৱা যাব ‘ৰিং অৱ ফায়াৰ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025