• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

Nation NE by Nation NE
February 12, 2026
in Uncategorized
0 0
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Share on FacebookShare on TwitterWhatsApp

পাকিস্তান ছুপাৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ষ্টিভ স্মিথ। PSL 11 আৰম্ভ হোৱাৰ পূৰ্বে তেওঁক চিয়ালকট ষ্টেলিয়নে ১৪ কোটি পাকিস্তানী টকাত চুক্তিবদ্ধ হয়। বৰ্তমান ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে অষ্ট্ৰেলিয়ান দলৰ অংশ হিচাপে থকা স্মিথে আঘাতৰ বাবে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা বাদ পৰা মিচেল মাৰ্ছৰ ঠাইত খেলিব। ছিয়ালকট ষ্টেলিয়নছে স্মিথক পৰৱৰ্তী ছিজনৰ বাবে ৫ লাখ মাৰ্কিন ডলাৰ দিব।

২৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব PSL 11 আৰু ৩ মে’ত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব। এঘাৰটা ছিজনৰ বাবে দলৰ সংখ্যা ৬ ৰ পৰা ৮লৈ বৃদ্ধি কৰা হৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দুটা নতুন দলৰ নিলাম অনুষ্ঠিত কৰে। সেই নিলামৰ ফলত ছিয়ালকট ষ্টেলিয়নছৰ অস্তিত্ব আহিছিল। মন কৰিবলগীয়া যে, PSLয়ে  ড্ৰাফট প্ৰক্ৰিয়াটো বাহিৰ কৰি ২০২৬ চনত প্ৰথম নিলাম অনুষ্ঠিত কৰে। PSL 11 ৰ নিলাম ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয়।

ইছলামবাদ ইউনাইটেডে ৮.৬৫ কোটিত ক্ৰয় কৰা এই নিলামত আটাইতকৈ দামী পাকিস্তানী খেলুৱৈ আছিল দ্ৰুত বলাৰ নছিম শ্বাহ। লগতে অল ৰাউণ্ডাৰ খেলুৱৈ ফাহীম আশ্ৰাফকো ইছলামবাদ ইউনাইটেডে ৮.৫ কোটিত ক্ৰয় কৰে।

বাবৰ আজমক PSL ৰ বাবে পেছাৱৰ জালমীয়ে ৭ কোটি টকাৰ বিনিময়ত ৰাখে। আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে ৰখা হয় ছেম আয়ুব, যাক পেছাৱৰ জালমীয়ে ১২.৫ কোটি টকাত ধৰি ৰাখে। এই নিলামত আটাইকেইটা দলে নিজৰ দলত মুঠ ১০৩ জন খেলুৱৈক সংযোজন কৰে। সাধাৰণতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পূৰ্বে পি এছ এল অনুষ্ঠিত হয় যদিও এইবাৰ ভাৰতীয় আৰু পাকিস্তানী লীগৰ মাজত সংঘৰ্ষ হ’ব।

Tags: #cricketCricketerPSL

Related Posts

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025
ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ
Uncategorized

ইমামৰ নেতৃত্বত সম্পন্ন এজন হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়া, বিমলক বিদায় দিবলৈ একত্ৰিত মুছলমান সমাজ

November 23, 2025
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

November 22, 2025

শীৰ্ষ সংবাদ

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025