• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ

Nation NE by Nation NE
November 22, 2025
in Uncategorized
0 0
পিতৃয়ে ইউটিউবত এয়াৰ শ্ব’ৰ ভিডিঅ’ চাই থকাৰ সময়তে পুত্ৰৰ বিমান দুৰ্ঘটনাৰ কৰুণ খবৰ
Share on FacebookShare on TwitterWhatsApp

২১ নৱেম্বৰত ডুবাই এয়াৰ শ্ব’ত তেজছ যুঁজাৰু বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ নমাংশ শ্যাল শ্বহীদ হয়। এই মৰ্মান্তিক ঘটনাৰ বিষয়ে তেওঁৰ পিতৃয়ে প্ৰথমে ইউটিউবৰ জৰিয়তে জানিব পাৰিছিল।

হিমাচল প্ৰদেশৰ কংগ্ৰাৰ বাসিন্দা জগন নাথ শ্যালে এয়াৰ শ্ব’ৰ সৈতে জড়িত ভিডিঅ’ চাই থকা অৱস্থাত হঠাতে তেজছৰ দুৰ্ঘটনাৰ খবৰ দেখিছিল আৰু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গ’ল।

অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ অধ্যক্ষ জগন নাথ শ্যালৰ মতে, তেওঁ পুত্ৰৰ সৈতে আগদিনা কথা পাতিছিল। নমাংশে তেওঁক টিভি বা ইউটিউবত তেওঁৰ এয়াৰ শ্ব’ চাবলৈ কৈছিল। পিতৃয়ে কয় যে, বিয়লি প্ৰায় ৪ বজাত ভিডিঅ’ বিচাৰি থাকোঁতে তেওঁ দুৰ্ঘটনাৰ খবৰ পাইছিল।

কিছু সময়ৰ পাছতে বায়ুসেনাৰ ৬জনকৈ বিষয়া তেওঁৰ ঘৰত উপস্থিত হোৱাত তেওঁ অনুমান কৰিছিল যে কিবা এটা গুৰুতৰ ঘটিছে। বৰ্তমান কইম্বাটুৰত আছে নমাংশৰ পৰিয়াল। পত্নীয়ে কলকাতাত প্ৰশিক্ষণ লৈ থকাৰ বিপৰীতে পিতৃ-মাতৃয়ে বিগত দুসপ্তাহ ধৰি ৭ বছৰীয়া নাতিনী আৰিয়াক চোৱা-চিতা কৰি আছে।

নমাংশ শ্যালৰ সৈতে এই দুৰ্ঘটনাটো হোৱাৰ ফলত পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে। গভীৰ স্তম্ভিত হৈ পৰিছে তেওঁৰ মাতৃ বীনা শ্যাল। বিষয়াসকলে পৰিয়ালটোক জনাইছে যে, নমাংশৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়াত প্ৰায় ২ দিনৰ সময় লাগিব পাৰে।

 হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে নমাংশক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে, ডুবাই এয়াৰ শ্ব’ত তেজছৰ দুৰ্ঘটনাত সাহসী পুত্ৰ নমাংশ শ্যালৰ শ্বহীদ হোৱাটো অতিকৈ মৰ্মান্তিক।

Tags: air crashair showDubai

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025