• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীত আজি ভাৰত-বাংলাদেশ, টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ বাংলাদেশী অধিনায়কৰ পৰিকল্পনা

Nation NE by Nation NE
February 20, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীত আজি ভাৰত-বাংলাদেশ, টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ বাংলাদেশী অধিনায়কৰ পৰিকল্পনা
Share on FacebookShare on TwitterWhatsApp
আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী ২০২৫। এই প্ৰতিযোগিতাখন পাকিস্তান আৰু ডুবাইত ১৯ দিনলৈকে চলিব। আজি প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচত মুখামুখি হ’ব ভাৰত আৰু বাংলাদেশ।
খেলখনৰ এদিন পূৰ্বে বাংলাদেশৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱে মুকলিকৈ ভাৰতৰ বিৰুদ্ধে জয়ৰ পৰিকল্পনা কৰিছে বুলি ঘোষণা কৰিছে।
২০ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই। খেলখনত ভাৰতৰ বিৰুদ্ধে পৰিকল্পনা প্ৰকাশ কৰাৰ সময়তে বাংলাদেশী অধিনায়কগৰাকীয়ে কয় যে বাংলাদেশৰ বেগী বলাৰ তথা অল ৰাউণ্ডাৰ সকলো সাজু হৈছে টীম ইণ্ডিয়াক পৰাস্ত কৰিবলৈ।
যুৱ বেগী বলাৰ নাহিদ ৰানা, অভিজ্ঞ পেচাৰ টাস্কিন আহমেদ, শক্তিশালী অলৰাউণ্ডাৰ মেহদি হাছান মিৰাজ আৰু মেহমুদুল্লাৰ দৰে খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি জয়ৰ সপোন দেখা অধিনায়ক শান্তোৱে কয় যে, সকলো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি বাংলাদেশৰ সকলো ক্ৰিকেটপ্ৰেমী আৰু দলটোৱে তেওঁলোকক কেতিয়াও নিৰাশ নকৰে।
আজি এই খেলৰ টছত জয়ী হৈ বাংলাদেশে বেটিঙৰ সিদ্ধান্ত লয়। বিশ্বকাপ ২০২৩ৰ পিছত এদিনীয়া ক্ৰিকেটত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া প্ৰথমখন খেল।
Tags: #cricketIndiaSports

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025