ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত সংবাদমেলযোগে ফলাফল ঘোষণা কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে৷এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৯৮ গৰাকী পৰীক্ষাৰ্থী।
- ২০২৬ বৰ্ষৰ কলা শাখাত উত্তীৰ্ণ হাৰ- ৭৯.৫৪ শতাংশ
১ম বিভাগত উত্তীৰ্ণ ৫৫,৭৫৫, ২য় বিভাগত উত্তীৰ্ণ ৭৯,১৮১, ৩য় বিভাগত ৫৭,৮৬২ গৰাকী উত্তীৰ্ণ
- বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ- ৮৯.৭৯ শতাংশ
প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪,০৭৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৭,৭৭৭ গৰাকী, তৃতীয় বিভাগত ২৬১৮ গৰাকী উত্তীৰ্ণ
- বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ
প্ৰথম বিভাগত ৭,৭৮৭, দ্বিতীয় বিভাগত ৫,৬৯৪, তৃতীয় বিভাগত ৩২১৫ গৰাকী উত্তীৰ্ণ
- ক’লা শাখাত ৯৪.২৯ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত বাক্সা জিলা
- বাণিজ্য শাখা ১০০ শতাংশ উত্তীৰ্ণ হাৰেৰে মাজুলী আৰু দক্ষিণ শালমাৰা মানকাচৰ
- বিজ্ঞান শাখাত ৯৮.৩৯ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত তামুলপুৰ জিলা
- বৃত্তিমূলক শাখাত ১০০ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত বিশ্বনাথ, শিৱসাগৰ জিলা
ইতিমধ্যে ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফলসমূহ৷ পৰীক্ষাৰ্থীসকলে ৱেবচাইটত নিজৰ ৰোল নং প্ৰদান কৰি ফলাফল জানিব পাৰিব৷ লগতে ডিজিটেল মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব ৷
https://ahsec.assam.gov.in https://www.assamresult.in
https://assamjobalerts.com https://www.indiaresults.com
https://results.digilocker.gov.in https://www.results.shiksha
https://iresults. net https://www.vidyavision.com
https://www.jagranjosh.com https://www.ndtv.com
https://www.necareer.com https://www.fastresult.in
upolobdha মোৱাইল এপযোগেও চাব পাৰিব ফলাফল











