২০২৭ চনত নতুন নিয়মেৰে হ’ব HS পৰীক্ষা।সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে ASSEBৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
- ২০২৭ বৰ্ষত প্ৰতিটো বিভাগত উত্তীৰ্ণ হ’বলৈ সকলো বিষয়তে ১০০ৰ ভিতৰত ৩৩ নম্বৰ পাব লাগিব।
- কলা শাখাৰ শিক্ষাৰ্থীয়ে বাণিজ্য বা বিজ্ঞান শাখাৰ বিষয় পঢ়িব পাৰিব।
- বিজ্ঞান শাখাৰ শিক্ষাৰ্থীয়ে বাণিজ্য বা কলা শাখাৰ বিষয় পঢ়িব পাৰিব।
- বাণিজ্য শাখাৰ শিক্ষাৰ্থীয়েও অন্য ষ্ট্ৰীমৰ বিষয় পঢ়িব পাৰিব।
- অহাবৰ্ষৰ পৰা ৬টা বিষয়ত অৱতীৰ্ণ হোৱাটো হ’ব বাধ্যতামূলক।
- কলা শাখাৰ শিক্ষাৰ্থীসকলে দক্ষতা বিষয়ক পাঠ্যক্ৰম পঢ়িব লাগিব।
- ৯ম-১০ম শ্ৰেণীত জুবিন গাৰ্গৰ বিষয়ে পঢ়িব লাগিব ছাত্ৰ ছাত্ৰীয়ে।











