• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপ্ৰতিৰোধ্য মহম্মদ ছামী; এদিনীয়া ক্ৰিকেটত গঢ়িলে অনন্য অভিলেখ

Nation NE by Nation NE
February 20, 2025
in Top News, ক্ৰীড়া
0 0
অপ্ৰতিৰোধ্য মহম্মদ ছামী; এদিনীয়া ক্ৰিকেটত গঢ়িলে অনন্য অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আন এক কৃতিত্বৰ অধিকাৰী হ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামী। চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন মেচ তথা ভাৰতৰ প্ৰথমখন মেচতেই বিশেষ অভিলেখ গঢ়িলে মহম্মদ ছামীয়ে। বাংলাদেশৰ বিৰুদ্ধে ডুবাইত অনুষ্ঠিত হোৱা মেচখনত ছামীয়ে এদিনীয়া ক্ৰিকেটত সৰ্বাধিক দ্ৰুত গতিত ২০০ উইকেট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু বিশ্বৰ দ্বিতীয়গৰাকী বলাৰত পৰিণত হয়।

প্ৰথম ইনিংছৰ ৪৩ অভাৰত জাকেৰ আলীৰ উইকেট দখল কৰাৰ লগে লগে তেওঁৰ নামত সংযোজন হয় এই অভিলেখ। সৰ্বাধিক কম সংখ্যক এদিনীয়া মেচত ২০০ উইকেট লাভ কৰাৰ তালিকাত তেওঁৰ আগত আছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক।

ইফালে ভাৰতৰ হৈ এদিনীয়াত সৰ্বাধিক উইকেট লাভ কৰাৰ ক্ষেত্ৰত ৩৩৪টা উইকেটেৰে শীৰ্ষ স্থানত আছে অনিল কুম্বলে। ৩১৫টা উইকেটৰ সহায়ত দ্বিতীয় স্থানত আছে জভাগল শ্ৰীনাথ আৰু ২৮৮টা উইকেটেৰে তৃতীয় স্থানত আছে অজিত আগাৰকাৰ। ভাৰতৰ হৈ ২০০ উইকেট লাভ কৰা ছামী সপ্তমগৰাকী বলাৰ।

উল্লেখ্য যে, আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত মহম্মদ ছামীয়ে ১০ অভাৰত ৫৩ ৰান খৰচ কৰি পাঁচটা উইকেট লাভ কৰে। ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙৰ বাবেই বাংলাদেশে ২২৮ ৰানতে সামৰে নিজৰ ইনিংছ।

কম সংখ্যক এদিনীয়া মেচত ২০০ উইকেট লাভ কৰা বলাৰৰ তালিকা

মিচেল ষ্টাৰ্ক- ১০২খন মেচ

মহম্মদ ছামী/চাকলেন মুস্তাক- ১০৪খন মেচ

ট্ৰেণ্ট বল্ট- ১০৭খন মেচ

ব্ৰেট লী- ১১২খন মেচ

এলান ডনাল্ড- ১১৭খন মেচ

কম সংখ্যক বলত ২০০ উইকেট লাভ কৰা বলাৰ

মহম্মদ ছামী- ৫১২৬টা বল

মিচেল ষ্টাৰ্ক- ৫২৪০টা বল

চাকলেন মুস্তাক- ৫৪৫১টা বল

ব্ৰেট লী- ৫৬৪০টা বল

ট্ৰেণ্ট বল্ট- ৫৭৮৩টা বল

Tags: Champions TrophyMohammed Shami

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025