• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ বিতৰ্কত শংকৰ সংঘ! তোলনীয়া বিয়াত মাছ-মাংস খুওৱাৰ বাবে এঘৰীয়া হ’ল এটি পৰিয়াল

Nation NE by Nation NE
February 22, 2025
in Top News, অসম
0 0
পুনৰ বিতৰ্কত শংকৰ সংঘ! তোলনীয়া বিয়াত মাছ-মাংস খুওৱাৰ বাবে এঘৰীয়া হ’ল এটি পৰিয়াল

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিতৰ্কই লগ নেৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। শেহতীয়াকৈ গহপুৰৰ এগৰাকী লোকে মে-ডাম-মেফিত অংশ লোৱা বাবে শংকৰ সংঘই লোকজনৰ পৰিয়ালক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহাক লৈ ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ। এই প্ৰতিবাদৰ মাজতে এইবাৰ যোৰহাটত সংঘটিত হৈছে এক অনুৰূপ ঘটনা।

অৱশ্যে এইবাৰ মে-ডাম-মেফিত অংশ লোৱাৰ বাবে নহয়, কন্যা সন্তানৰ পুষ্পিতা অনুষ্ঠানত অতিথিক মাছ-মাংসৰে আপ্যায়ন কৰাৰ বাবে উত্তৰ-পূবৰ সৰ্ববৃহত ধৰ্মীয় অনুষ্ঠানৰূপে পৰিচিত শংকৰ সংঘৰ ৰোষত পৰে যোৰহাটৰ এটি পৰিয়াল।

পৰিয়ালটোক এবছৰৰ বাবে বহিষ্কৃত কৰাৰ লগতে বিগত বৰ্ষৰ ২৪ আগষ্টত পৰিয়ালটোৰ মুৰব্বী ৰাণু বৰুৱাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা জনোৱা হ’ল যে এবছৰৰ বাবে তেওঁলোকৰ ঘৰত কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰংদৈ যোগনীয়া নৱ প্ৰাথমিক শাখাই এই অনুশাসনমূলক ব্যৱস্থা লোৱাৰ পিছৰে পৰা মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালটোৰ মুৰব্বী ৰাণু বৰুৱাৰ লগতে আন আন সদস্যসকল।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৰহাটৰ ৰাণু বৰুৱাৰ মাজু পুত্ৰ গৌতম বৰুৱা কৰ্মসূত্ৰে যোৰহাট কেন্দুগুৰিৰ বাসিন্দা। প্ৰায় সাত মাহ পূৰ্বে গৌতম বৰুৱাৰ কন্যা পুস্পিতা হোৱাৰ পাছত শংকৰ সংঘৰ নিয়ম অনুসৰি পুৰণি গৃহতেই সকলো কৰ্ম সম্পাদন কৰে।

গাঁৱৰ ঘৰত সকলো নিয়ম-নীতি পালন কৰি প্ৰায় এমাহ পাছত যোৰহাট নগৰত গৌতম বৰুৱাই বন্ধুবৰ্গৰ লগতে আত্মীয় স্বজনৰ বাবে এটি বিবাহ ভৱনত আমিষ আহাৰেৰে আপ্যায়নৰ ব্যৱস্থা কৰিছিল। কিন্তু সংঘৰ নিয়মৰ বাবেই নাতিনীৰ এই কৰ্মলৈ যোৱা নাছিল গৌতম বৰুৱাৰ মাতৃ ৰাণু বৰুৱা আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ।

গাঁৱৰ ঘৰৰ পৰা কোনো সদস্যই যোৰহাটত আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নথকাৰ পিছতো শংকৰ সংঘৰ ৰোষত পৰাত এতিয়া ক্ষুন্ন হৈ পৰিছে গৌতম বৰুৱাৰ পৰিয়াল।

প্ৰাথমিক, আঞ্চলিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়ালৈ পত্ৰ প্ৰেৰণ কৰিও কোনো উত্তৰ নোপোৱাত অৱশেষত উপায়হীন হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ। ভুক্তভোগী পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে যোৰহাটত অনুষ্ঠিত হৈ যোৱা ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবেই বিগত মাহ কেইটাত শংকৰ সংঘৰ বিৰুদ্ধে একো মাত মতা নাছিল।

ইয়াৰ উপৰি শীঘ্ৰেই সংঘৰ একাংশৰ বিৰুদ্ধে পৰিয়ালটোৱে আইনী ব্যৱস্থা ল’ব বুলিও জানিবলৈ দিয়ে।

Tags: #AssamControversyJorhatSankar Sangha

Related Posts

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025

শীৰ্ষ সংবাদ

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025