• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানৰ বিৰুদ্ধে মেচৰ পূৰ্বে ভাৰতৰ বাবে চিন্তাৰ খবৰ; অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলী

Nation NE by Nation NE
February 22, 2025
in Top News, ক্ৰীড়া
0 0
পাকিস্তানৰ বিৰুদ্ধে মেচৰ পূৰ্বে ভাৰতৰ বাবে চিন্তাৰ খবৰ; অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত কোহলী
Share on FacebookShare on TwitterWhatsApp

চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলগীয়া গুৰুত্বপূৰ্ণ মেচখনৰ এদিন পূৰ্বে ডুবাইৰ আই চি চি একাডেমীত টিম ইণ্ডিয়াই অনুশীলন কৰে। দলটোৰ সতীৰ্থ খেলুৱৈসকলৰ ঠিক এঘণ্টা পূৰ্বেই অনুশীলনস্থলীত উপস্থিত হয় বিৰাট কোহলী।

তেওঁ নেটত যথেষ্ট সময় অনুশীলন কৰা দেখা গৈছিল যদিও এই সময়ছোৱাত এটা বল তেওঁৰ ভৰিত খুন্দা মাৰে যাৰ পিছত তেওঁক ভৰিত বৰফৰ পেক লগোৱা দেখা গৈছিল।

ভাৰত-পাকিস্তানৰ খেলৰ পূৰ্বে শনিবাৰে কঠোৰ অনুশীলন কৰে ভাৰতীয় দলটোৱে। বহু খেলুৱৈয়ে সময়ৰ আগতেই খেলপথাৰত উপস্থিত হৈ বিৰাটৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। বিৰাট কোহলীৰ ভৰিত বলে আঘাত কৰাৰ পিছতেই তেওঁ খেলপথাৰ ত্যাগ কৰে। ভৰিত বৰফৰ পেক এটা লৈ বাউণ্ডেৰী লাইনত দেখা গৈছিল।

অৱশ্যে কিছু সময়ৰ পাছত পুনৰ অনুশীলনৰ বাবে খেলপথাৰলৈ উভতি আহে কোহলী। অৱশ্যে সকাহৰ কথা হ’ল কোহলীৰ আঘাত গুৰুতৰ নহয়। সকলোৱে আশা কৰিছে যে কাইলৈৰ খেলখনৰ বাবে কোহলী সম্পূৰ্ণৰূপে উপলব্ধ হ’ব।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হৈ আছিল বিৰাট কোহলী। সেই সময়ত তেওঁ আঁঠুৰ আঘাতৰ বাবে খেলা নাছিল।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ফৰ্মহীনতাত ভুগি থকা বিৰাট কোহলীৰ বাবে কাইলৈৰ মেচখন হ’ব অতি গুৰুত্বপূৰ্ণ। মেচখনত ভাৰতে জয়ী হ’বলগীয়া হ’লে কোহলীৰ বেটেৰে আহিব লাগিব এটা ভাল ইনিংছ।

অৱশ্যে পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ প্ৰদৰ্শন আশাব্যঞ্জক। এদিনীয়া ক্ৰিকেটত কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ১৬ খন মেচত ৩টা শতকীয় ইনিংছ আৰু দুটা অৰ্ধশতকৰ সহায়ত ৬৭৮ ৰান সংগ্ৰহ কৰিছে।

Tags: Champions TrophyIndia vs PakistanVirat Kohli

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025