• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘কংগ্ৰেছৰ সভাত অংশ নল’ব’, মাইকযোগে এই ঘোষণা আৰক্ষীৰ

Nation NE by Nation NE
February 23, 2025
in Top News, BIG BREAKING, অসম
0 0
‘কংগ্ৰেছৰ সভাত অংশ নল’ব’, মাইকযোগে এই ঘোষণা আৰক্ষীৰ
Share on FacebookShare on TwitterWhatsApp

সততে নোহোৱা নোপোজা এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰূপহীহাটত। কংগ্ৰেছ দলে আয়োজন কৰা এখন সভাত ৰাইজক অংশ নলবলৈ আৰক্ষীয়ে মাইকযোগে আহ্বান জনোৱা পৰিলক্ষিত হৈছে।

আৰক্ষীয়ে মাইকযোগে কৰা ঘোষণা অনুসৰি, ৰূপহীহাটৰ হাতীপুখুৰীত আজি আয়োজন কৰা কংগ্ৰেছ দলৰ এই সভাখন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰা নাই। সেয়ে এই সভাত সাধাৰণ জনতাক অংশ নল’বলৈ মাইকযোগে ঘোষণা কৰিছে আৰক্ষীয়ে।

ৰূপহীহাটৰ বিভিন্ন অঞ্চলত গৈ আৰক্ষীয়ে এই ঘোষণা কৰাৰ লগতে যদিহে কোনো লোকে অনুমতি বহিৰ্ভূত এই সভাত অংশ লয় তেন্তে আইনভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে।

জানিব পৰা মতে, আজি ৰূপহীহাটৰ হাতীপুখুৰী মণ্ডল কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছিল এখন কৰ্মী সভা। আৰক্ষী-প্ৰশাসনৰ মতে কংগ্ৰেছে এই সভা আয়োজনৰ বাবে আগতীয়াকৈ কোনোধৰণৰ অনুমতি লোৱা নাছিল।

ইফালে, কোনো কাৰণতেই যাতে কংগ্ৰেছ দলে এই সভা অনুষ্ঠিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহত দলে সেই অঞ্চলটোত টহল দি আছে।

আৰক্ষীৰ এই কঠোৰ নিৰ্দেশনাৰ পিছতেই এতিয়া ৰূপহীহাটৰ কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে জিলা প্ৰশাসনৰ এই সিদ্ধান্তক গণতন্ত্ৰৰ প্ৰতি চূড়ান্ত ভাবুকি বুলিও একাংশই মত পোষণ কৰে।

উল্লেখ্য যে, যোৱা ২০ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলে অনুষ্ঠিত কৰা এখন সভাত অংশ ল’বলৈ যোৱা অৱস্থাত দুৰ্বত্তৰ আক্ৰমণৰ বলি হৈছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। সাংসদগৰাকীক আক্ৰমণ কৰাৰ পিছৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে।

ৰূপহীহাটৰ যিকোনো প্ৰান্ততে এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে।

Tags: #CongressNagaonPoliceRupohihat

Related Posts

সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025