• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 15, 2026
26 °c
Guwahati
25 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

পুনৰ অসুস্থ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী; নিশাই ভৰ্তি কৰোৱা হ’ল এপল’ হাস্পতালত

Nation NE by Nation NE
July 4, 2024
in ৰাষ্ট্ৰীয়
0 0
পুনৰ অসুস্থ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী; নিশাই ভৰ্তি কৰোৱা হ’ল এপল’ হাস্পতালত
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে। ৮ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে নেতাজনক।

প্ৰথমবাৰ এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও এইবাৰ তেওঁক দিল্লীৰ এপল’ হাস্পতালত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ।

বুধবাৰে নিশা হঠাতে অসুস্থ হৈ পৰাৰ বাবে ভাৰত ৰত্ন লালকৃষ্ণ আদৱানীক এপল’ হাস্পতালত ভৰ্তি কৰোৱা হয়। জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞ ডাঃ বিনীত ছুৰিৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকী।

আগশাৰীৰ নিউজ এজেন্সি এটাৰ প্ৰতিবেদন অনুসৰি, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকী কি ৰোগত আক্ৰান্ত সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, বিগত সপ্তাহৰ আৰম্ভণিতে ৯৬ বছৰীয়া নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছত বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীক। ২৬ জুনৰ নিশা প্ৰায় ১০.৩০ বজাত তেওঁক এইমছৰ ইউৰ’লজী বিভাগত ভৰ্তি কৰোৱা হৈছিল।

অৱশ্যে হাস্পতালত এদিন কটোৱাৰ পিছতেই তেওঁক ২৭ জুনত ঘৰলৈ যাব দিয়া হৈছিল।

Tags: #ApolloHospital#Hospitalised#LKAdvani

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

May 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 15, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026

May 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 13, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025