• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 15, 2026
27 °c
Guwahati
26 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ২য় বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই

    তৃতীয় কাৰ্যকালৰ শুভাৰম্ভ কৰিব NDA চৰকাৰে, ২য় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড০ হিমন্ত বিশ্ব শৰ্মাই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

Nation NE by Nation NE
May 15, 2026
in Top News, অসম
0 0
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে দেশত বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম। অসমত ১০২ টকা অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম বাঢ়িল ৩.১৪ টকা আৰু ডিজেলত বাঢ়িল ৩.১১ টকা। জানো আহক অসমৰ কত, কিমান টকাকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম-

  • গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ 26 টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ’লগৈ 92.55টকা
  • বজালীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 07 টকা, ডিজেলৰ দাম 93.28 টকা
  • বাক্সাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 13 টকা, ডিজেলৰ দাম  93.34 টকা
  • বৰপেটাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.97 টকা, ডিজেলৰ দাম 93.18 টকা
  • বিশ্বনাথত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.03 টকা, ডিজেলৰ দাম 93.27 টকা
  • বঙাইগাঁৱত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.17 টকা, ডিজেলৰ দাম 92.46 টকা
  • কাছাৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.03 টকা, ডিজেলৰ দাম 93.28 টকা
  • চৰাইদেউত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.48 টকা, ডিজেলৰ দাম 93.68 টকা
  • চিৰাঙত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.17, ডিজেলৰ দাম 92.46 টকা
  • দৰঙত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.11, ডিজেলৰ দাম 93.32 টকা
  • ধেমাজিত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.87, ডিজেলৰ দাম 94.06 টকা
  • ধুবুৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.33 টকা,ডিজেলৰ দাম 93.54 টকা
  • ডিব্ৰুগড়ত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.32 টকা, ডিজেলৰ দাম 93.53 টকা
  • ডিমা হাচাও জিলাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.97, ডিজেলৰ দাম 94.22 টকা
  • গোৱালপাৰাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 102.25 ডিজেলৰ দাম 93.45 টকা
  • গোলাঘাটত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম 101.16 ডিজেলৰ দাম 92.45 টকা

ইয়াৰ লগতে বজাৰত বাঢ়িল চাউল, চেনি, মিঠাতেল সকলোৰে দাম। চাউল-দাইলৰ পৰা শাক-পাচলিলৈ সকলো বস্তুৰে বাঢ়িল আকাশলংঘী দাম। যাৰ বাবে খাদ্যবস্তুৰ দামবৃদ্ধিক লৈ গ্ৰাহকৰ মাজত লাগিছে হাহাকাৰ।

চাউল, চেনি, মিঠাতেল, মচুৰ দাইল, আটা, চিৰা, বুট, মগু গাখীৰৰ দাম বৃদ্ধি। প্ৰতিকিলো চাউলত বৃদ্ধি ৫ৰ পৰা ১০ টকাকৈ।সোণাশক্তি চাউলৰ প্ৰতিকেজিৰ দাম বৃদ্ধি পাইছে ৫ৰ পৰা ১০ টকা।

বিভিন্ন প্ৰকাৰৰ মচুৰ দাইল, আটা, চিৰা, বুটত ১০ টকা পৰ্যন্ত বাঢ়িল দাম। ভিন্ন ব্ৰেণ্ডৰ মিঠাতেলৰ দাম বাঢ়িল ১০ টকাকৈ। অনুপম মিঠাতেলৰ দাম ১৯০ৰ পৰা বৃদ্ধি পালে ২০০ টকালৈ। ধাৰা মিঠাতেলৰ দাম ১৭৫ টকাৰ পৰা বাঢ়িল ১৯০ টকা। ১০-১২ টকা পৰ্যন্ত বাঢ়িল প্ৰতিলিটাৰ অন্নপূৰ্ণা মিঠাতেলৰ দাম

প্ৰতিকেজি গোটা মগুৰ দাম ২০ টকা পৰ্যন্ত বৃদ্ধি। লগতে আমূল গাখীৰৰ দাম দুটকা আৰু পিঁয়াজৰ দাম ৫টকাকৈ বৃদ্ধি। ১৮ মে’ৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব ব্ৰেডৰ দাম।

Tags: Price Hikewar affect

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 15, 2026
গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

May 14, 2026
অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ
Top News

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

May 14, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 14, 2026

শীৰ্ষ সংবাদ

নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গংগা-পদ্মা বিবাদক লৈ বাংলাদেশৰ ডাঙৰ পদক্ষেপ, ফাৰাক্কা বেৰেজৰ প্ৰভাৱ কম কৰাৰ ব্যৱস্থাপনা

অভিলেখৰ দিশে আগবাঢ়িছে চাৰিধামৰ যাত্ৰা, ২৫ দিনত তীৰ্থভ্ৰমণ ১২.৬০ লাখ ভক্তৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025