• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আই পি এলৰ পূৰ্বে কেভিন পিটাৰছনক ডাঙৰ দায়িত্ব দিল্লী কেপিটেলছৰ

Nation NE by Nation NE
February 27, 2025
in Top News, ক্ৰীড়া
0 0
আই পি এলৰ পূৰ্বে কেভিন পিটাৰছনক ডাঙৰ দায়িত্ব দিল্লী কেপিটেলছৰ
Share on FacebookShare on TwitterWhatsApp

আই পি এল ২০২৫ৰ বাবে দিল্লী কেপিটেলছ দলে মেণ্টৰ হিচাপে নিযুক্তি দিছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনক। পিটাৰছনে দিল্লী কেপিটেলছৰ উপৰি আন কেইবাটাও দলৰ হৈ আই পি এলত খেলিছিল।

পিটাৰছনে মুখ্য প্ৰশিক্ষক হেমাংগ বাদানী, মেথিউ মট (সহায়ক প্ৰশিক্ষক), মুনাফ পেটেল (বলিং প্ৰশিক্ষক) আৰু বেনুগোপাল ৰাওৰ সৈতে দলটোক শক্তিশালী কৰাত ভূমিকা গ্ৰহণ কৰিব।

আই পি এলত কেভিন পিটাৰছনৰ এইটোৱেই হ’ব প্ৰথম প্ৰশিক্ষকৰ অভিজ্ঞতা। তেওঁ শেষবাৰৰ বাবে ২০১৬ চনত লীগ ক্ৰিকেট খেলিছিল। ২০০৯ চনৰ পৰা ২০১৬ চনলৈকে তেওঁ ৩টা দলৰ হৈ আই পি এল খেলিছিল। ইয়াৰ ভিতৰত দিল্লী কেপিটেলছ (তেতিয়াৰ দিল্লী ডেয়াৰডেভিলছ)ও অন্তৰ্ভুক্ত।

ইয়াৰ উপৰি তেওঁ আই পি এলৰ ১৭খন মেচতো অধিনায়কত্ব কৰিছিল। ২০০৯ চনত পিটাৰছেনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়কত্ব কৰে। ইয়াৰ পিছত ২০১৪ চনত তেওঁ গোটেই ছিজনটো ডেয়াৰডেভিলছৰ অধিনায়ক হিচাপে কাম কৰে। অৱশ্যে দলটোৰ প্ৰদৰ্শন বেয়া আছিল। সেই ছিজনত দিল্লীয়ে ১৪খন মেচত দুটা জয়ৰে পইণ্ট তালিকাৰ তলত আছিল।

উল্লেখ্য যে, কেভিন পিটাৰছনে ইংলেণ্ডৰ হৈ ১০৪খন টেষ্ট, ১৩৬খন এদিনীয়া আৰু ৩৭খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। টেষ্টত ৮১৮১, এদিনীয়াত ৪৪৪০ আৰু টি-২০ত ১১৭৬ ৰান সংগ্ৰহ কৰিছিল।

কোন হ’ব দিল্লীৰ অধিনায়ক

আই পি এলৰ নিলামত দিল্লী কেপিটেলছে ১৪ কোটি টকাত ক্ৰয় কৰিছে কে এল ৰাহুলক। ৰাহুলে পূৰ্বতে পঞ্জাৱ আৰু লক্ষ্ণৌ দলক নেতৃত্ব প্ৰদান কৰিছিল। সেয়ে আগন্তুক ছিজনৰ বাবে দিল্লী কেপিটেলছে কে এল ৰাহুলকে নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰিব বুলি অনুমান কৰা হৈছে।

Tags: Delhi CapitalsKevin PietersenMentor

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025