• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন কেমেৰা জেলেনস্কিৰ বিৰুদ্ধে গৰজি উঠে আমেৰিকাৰ ৰাষ্ট্ৰপতি

Nation NE by Nation NE
March 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অন কেমেৰা জেলেনস্কিৰ বিৰুদ্ধে গৰজি উঠে আমেৰিকাৰ ৰাষ্ট্ৰপতি
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ মাজত অভাল অফিচত এক উত্তেজনাপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক তীব্ৰ সমালোচনা কৰি অন কেমেৰা ধমক দিয়ে।

সকলোৰে সন্মুখত জেলেনস্কিক মূৰ্খ আখ্যা দিয়ে ট্ৰাম্পে।৪৫ মিনিটৰ সংবাদমেলত তীব্ৰ কাজিয়াত লিপ্ত হয় দুই দেশৰ ৰাষ্ট্ৰপতি।

পুটিনক ৰোধ কৰিব নোৱাৰাৰ বাবে নিৰাপত্তাৰ দিশটোক লৈ ট্ৰাম্পৰ বিৰুদ্ধে গৰজি উঠে জেলেনস্কি।এনেকৈয়ে দুই দেশৰ ৰাষ্ট্ৰপতিৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এই কাৰ্য্যই তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিব পাৰে বুলি ট্ৰাম্পে কয়।

এই আলোচনাৰ বিষয় আছিল খনিজ চুক্তি। কিন্তু এই চুক্তি মানি লবলৈ অস্বীকাৰ কৰে জেলেনস্কিয়ে।ইয়াৰ পিছত আমেৰিকাই বাইডেনে প্ৰশাসনে দিয়া আৰ্থিক সাহায্য ওভতাই বিচাৰিছে। ইউক্ৰেইনৰ পৰা ৫০০ আৰৱ ডলাৰ ওভতাই বিচাৰে ড’নাল্ড ট্ৰাম্পে। কিন্তু জেলেনস্কিয়ে দিব বিচাৰিছে ৩৫০ আৰৱ ডলাৰ। ইয়াৰ পিছত আমেৰিকাৰ সৈতে গুৰুত্বপূৰ্ণ খনিজ চুক্তি স্বাক্ষৰ নকৰাকৈয়ে হঠাতে জেলেনস্কিয়ে হোৱাইট হাউচ এৰি যায়।

ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু জেলেনস্কিৰ মাজত প্ৰায় ৪৫ মিনিটৰ কথা-বতৰা হৈছিল, য’ত শেষৰ ১০ মিনিটত তিনিওজনৰ মাজত অতি উত্তপ্ত বিতৰ্ক হৈছিল। জেলেনস্কিয়ে নিজৰ পক্ষ উপস্থাপন কৰি ৰাছিয়াৰ কূটনীতিৰ প্ৰতি থকা দায়বদ্ধতাক লৈ সন্দেহ প্ৰকাশ কৰি মস্কোৱে ভংগ কৰা প্ৰতিশ্ৰুতিৰ উদাহৰণ দিয়ে।

দুই দেশৰ ৰাষ্ট্ৰপতিৰ সমস্যা দেখি আচৰিত হয় সমগ্ৰ বিশ্ব। এই কাজিয়াৰ বাবেই এতিয়া আমেৰিকা-ইউক্ৰেইনৰ সম্পৰ্কৰ ভৱিষ্যতক লৈ উদ্বেগ বৃদ্ধি পাইছে।

Tags: AmericaTrumpZELENESKY

Related Posts

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

শীৰ্ষ সংবাদ

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025