• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শচীনৰ সন্মুখত ধৰাশায়ী অষ্ট্ৰেলিয়াৰ বেটাৰ; খেলিলে ৩৩টা বলত ৬৪ ৰানৰ ইনিংছ

Nation NE by Nation NE
March 6, 2025
in Top News, ক্ৰীড়া
0 0
শচীনৰ সন্মুখত ধৰাশায়ী অষ্ট্ৰেলিয়াৰ বেটাৰ; খেলিলে ৩৩টা বলত ৬৪ ৰানৰ ইনিংছ
Share on FacebookShare on TwitterWhatsApp

৫ মাৰ্চ অৰ্থাত বুধবাৰে বদোদৰাৰ বিচিএ ষ্টেডিয়ামত ইণ্ডিয়া মাষ্টাৰ্ছ আৰু অষ্ট্ৰেলিয়া মাষ্টাৰ্ছৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ লীগ টি-২০ ২০২৫ৰ নৱমখন মেচ। এই মেচখনত ইণ্ডিয়া মাষ্টাৰ্ছ দলে জয়ী হ’ব নোৱাৰিলে ‘গড অৱ ক্ৰিকেট’ হিচাপে বিখ্যাত শচীন তেণ্ডুলকাৰক সাংঘাতিক ফৰ্মত দেখা পোৱা যায়।

খেলখনৰ সময়ত তেওঁ ইনিংছ মুকলি কৰি মুঠ ৩৩টা বলৰ সন্মুখীন হয়। এই ইনিংছটোত ১৯৩.৯৪ ষ্ট্ৰাইক ৰেটত ৬৪ ৰান কৰিবলৈ সক্ষম হয়। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ৭টা চাৰি আৰু চাৰিটা ছয় আহিছিল।

মাত্ৰ ২৭টা বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰে। কিন্তু আনটো মূৰৰ পৰা আন বেটছমেনৰ সমৰ্থনৰ অভাৱত ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। বিপক্ষ দলৰ বাওঁহতীয়া বলাৰ জেভিয়াৰ ড’হাৰ্টিয়ে তেওঁক পেভিলিয়নলৈ ঘূৰাই পঠিয়াইছিল৷

টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত অষ্ট্ৰেলিয়া মাষ্টাৰ্ছৰ দলটোৱে ২০ অভাৰত এটা উইকেট হেৰুৱাই ২৬৯ ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত ইণ্ডিয়া মাষ্টাৰ্ছ নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৭৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এইদৰে ইণ্ডিয়া মাষ্টাৰ্ছে মেচখনত ৯৫ ৰানত পৰাস্ত হয়।

Tags: Australia MastersHalf CenturySachin Tendulkar

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025