• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক্ৰিকেটে নিৰাশা কৰা পাকিস্তানী নাগৰিকক এইবাৰ FIFA-ই দিলে আঘাত

Nation NE by Nation NE
March 7, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
ক্ৰিকেটে নিৰাশা কৰা পাকিস্তানী নাগৰিকক এইবাৰ FIFA-ই দিলে আঘাত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত মেচখন ৯ মাৰ্চত অনুষ্ঠিত হ’ব। আই চি চিৰ অন্যতম সন্মানীয় এই প্ৰতিযোগিতাখনৰ পৰা ইতিমধ্যেই বাহিৰ হৈছে আয়োজক দেশ পাকিস্তান। নিৰাপত্তাৰ দোহাৰি দি পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱা ভাৰতে প্ৰতিযোগিতাখনৰ আটাইকেইখন মেচ খেলিছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত।

ভাৰতে পাকিস্তান ভ্ৰমণ নকৰাৰ বাবে লোকচানৰ সন্মুখীন হোৱা পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছিল অন্ততঃ পাকিস্তানৰ ভূমিতে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচখন। কিন্তু ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে সেই আশাও নিৰ্বাপিত হয় পাকিস্তানীৰ।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বেই আই চি চি, বি চি চি আই আৰু পি চি বিৰ মাজত হোৱা চুক্তি অনুসৰি এতিয়া ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল মেচখন। ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত।

প্ৰায় ২৯ বছৰৰ মূৰত আই চি চিৰ টুৰ্ণামেণ্ট আয়োজন কৰিও কোনোধৰণৰ ফলপ্ৰসূ নোহোৱাৰ বেদনাৰ মাজতে এইবাৰ ফুটবল জগতৰ পৰা আহিছে আন এটা বেয়া খবৰ।

লাভ কৰা তথ্য অনুসৰি আন্তঃৰাষ্ট্ৰীয় ফুটবল সংস্থা ফিফাই পাকিস্তানৰ লগতে ৰাছিয়া আৰু কংগোক ২০২৬ বিশ্বকাপৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছে।

উল্লেখ্য যে, ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপ তিনিখন দেশ ক্ৰমে আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’ব। বিশ্বকাপ ইতিহাসত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখনত অংশ ল’ব ৪৮টা দলে। এই প্ৰতিযোগিতাখনৰ প্ৰস্তুতিৰ মাজতে ফিফাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানকে ধৰি আন দুখন ৰাষ্ট্ৰৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এতিয়া সবাটোকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে কিয় এই দেশ কেইখনক নিষিদ্ধ কৰা হ’ল

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, পাকিস্তান ফুটবল ফেডাৰেচনে মুক্ত আৰু নিকা নিৰ্বাচনৰ নিশ্চয়তা প্ৰদান কৰা নতুন সংবিধান গ্ৰহণ কৰা নাছিল। আনহাতে ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে (এ এফ চি) ইয়াক কাৰ্যকৰী কৰাৰ বাবে চৰ্ত নিৰ্ধাৰণ কৰিছিল।

আনহাতে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে ৰাছিয়াই অৰ্হতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। দৰাচলতে প্ৰায় ৩ বছৰ পূৰ্বে ইউক্ৰেইন আক্ৰমণৰ পৰা আৰম্ভ কৰি ফিফা আৰু UEFA-এ উভয়ৰে অধীনত ৰাছিয়াৰ জাতীয় ফুটবল দলটোক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। গতিকে ৰাছিয়াৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব।

ইয়াৰ উপৰি ফিফাই কংগো ফুটবল ফেডাৰেচন পৰিচালনাত তৃতীয় পক্ষৰ অবৈধ হস্তক্ষেপৰ কথা উল্লেখ কৰিছে। সেয়ে কংগো দেশখনকো এই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰা হৈছে।

উল্লেখ্য যে ফিফাৰ নিয়ম অনুসৰি ফুটবল প্ৰশাসনত বাহ্যিক প্ৰভাৱৰ অনুমতি দিয়া হোৱা নাই যদিও কংগোৱে সময়ৰ লগে লগে সমস্যাটো সমাধান কৰাত ব্যৰ্থ হৈছে। সেয়েহে এতিয়া ফিফাই কংগোক নিষিদ্ধ কৰিছে।

Tags: 2026 World CupCongoFIFAPakistanRussia

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025