• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসম বাজেটৰ ১৫ টা গুৰুত্বপূৰ্ণ ঘোষণা

Nation NE by Nation NE
March 11, 2025
in Top News, অসম
0 0
ডাঙৰ খবৰ, ADREৰ ফলাফলৰ দিন ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে
Share on FacebookShare on TwitterWhatsApp

১০ মাৰ্চত অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৫-২৬ পূৰ্ণাংগ বাজেট। এই বাজেটত বিত্তমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। এই বাজেটত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰে বাজেটত গ্ৰহণ কৰা ১৫ টা ডাঙৰ সিদ্ধান্ত হ’ল-

১. ৬.৮ লাখ চাহ শ্ৰমিকলৈ ৫০০০ টকাকৈ এককালীন বিত্তীয় সাহায্যৰ ঘোষণা।

২. প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফট বিজলি যোজনাৰ অধীনত ৰাজ্য চৰককাৰৰ কৰ্মচাৰীলৈ প্ৰতি কিলোৱাটত ২০০০ টকাকৈ সৰ্বোচ্চ ৩ কিলোৱাটত ৬০০০ টকা ৰাজসাহায্যৰ ঘোষণা।

৩. ২০২৫ৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক।

৪. প্ৰায় ৫০০ টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ প্ৰদানৰ ঘোষণা।

৫. ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে ডিব্ৰুগড়ত এটা নতুন বিধানসভা আৰু বিধায়কৰ হোষ্টেল নিৰ্মাণৰ ঘোষণা।

৬. কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয় আৰু এখন পশু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে শ্ৰীভূমিৰ পাথাৰকান্দিতো নিৰ্মাণ কৰিব কৃষি মহাবিদ্যালয়।

৭. শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ দুটা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা।

৮. মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক, শৈক্ষিক আৰু গৱেষণামূলক কাৰ্যসূচীৰ উন্নীতকৰণৰ বাবে বিশ্ববিদ্যালয়খনলৈ ৫০ কোটি আবণ্টনৰ প্ৰস্তাৱ আগবঢ়াই বিত্তমন্ত্ৰীয়ে।

৯. ভূমি প্ৰশাসন কৰ্মচাৰীৰ ২০০০ টা অতিৰিক্ত পদ সৃষ্টি কৰি ২০২৫ বৰ্ষত ৫০০টা, ২০২৬ বৰ্ষত ১০০০টা আৰু ২০২৭ বৰ্ষত ৫০০টা পদ পূৰণৰ লক্ষ্য।

১০. অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ ASSAMSAT স্থাপনৰ ঘোষণা।

১১. কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কর্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ।

১২. মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬বিত্তীয় বৰ্ষত ৭৭৩কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা।

১৩. মহিলা উদ্যমিতা অভিযানৰ বাবে ৩,০৩৮ কোটি টকা ব্যয়ৰ ঘোষণা।

১৪. কাজিৰঙাৰ পুৰনি জীপ ছাফাৰীৰ সলনি ইলেকট্ৰনিক বাহন অনাৰ সিদ্ধান্ত। ইলেকট্ৰনিক বাহনৰ বাবে ধাৰ্য ২০ কোটি টকা।

১৫. পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে আবণ্টন ৬৩৬ কোটি টকা।

Tags: #AssamBudgetCM

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025