• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

FTII দিনৰ পৰাই বন্ধুত্ব বলীউডৰ এই ৪ অভিনেতাৰ মাজত

Nation NE by Nation NE
March 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
FTII দিনৰ পৰাই বন্ধুত্ব বলীউডৰ এই ৪ অভিনেতাৰ মাজত
Share on FacebookShare on TwitterWhatsApp

২০০৫ চনৰ পুনেস্থিত FTII(ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন ইনষ্টিটিউট)ৰ ৫ নং বেটচটো (Batch)বিশেষ চৰ্চিত হৈ পৰিছে। এই বেটচে বলীউডক সেই ৪ ৰত্ন দিছে, যাৰ কেৱল উপস্থিতিয়ে যিকোনো ছবিৰ গৌৰৱ বৃদ্ধি কৰে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ২০০৫ চনৰ বেটচৰ এনে চাৰিগৰাকী ছাত্ৰৰ ফটো। এই ভাইৰেল ছবিখনত দেখা ৪গৰাকী শিল্পী হল-

  • ফটোখনত বাওঁফালে থিয় হৈ থকা ব্যক্তিজন হৈছে জয়দীপ আহলাৱত। বলীউডৰ বহু ডাঙৰ ছবিত ভাল চৰিত্ৰত অভিনয় কৰিছে জয়দীপে। অ’টিটিয়েই তেওঁক নিজৰ প্ৰকৃত পৰিচয় দিয়ে। ৱেব ছিৰিজ ‘পাতল-লোক’ৰ বাবেও জয়দীপে যথেষ্ট প্ৰশংসা লাভ কৰে।

  • এই ভাইৰেল ফটোখনত জয়দীপৰ কাষত থিয় হৈ আছে বলীউডৰ তাৰকা ৰাজকুমাৰ ৰাও। ৰাজকুমাৰ ৰাওৰ অভিনয়ৰ বাবে কোনো পৰিমাণৰ প্ৰশংসাই যথেষ্ট নহ’ব। ‘লাভ চেক্স ঔৰ ধোখা’ৰ জৰিয়তে ছবি জগতত প্ৰৱেশ কৰিছিল অভিনেতাগৰাকীয়ে। ৰাজকুমাৰে এই পৰ্যন্ত বলীউডক বহু আচৰিত ছবি দিছে। ইয়াৰ লগে লগে তেওঁৰ ছবি Stree 2 য়েও বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ তালিকাত স্থান দখল কৰিছে।

  • FTIIৰ ২০০৫ চনৰ বেটচৰ এই ভাইৰেল ফটোখনত সোঁফালে থিয় হৈ থকা ব্যক্তিজন আন কোনো নহয়, ছানি হিন্দুজা। বহুতো অ’টিটি ৱেব ছিৰিজত ছানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্মজীৱনৰ প্ৰথম অৱস্থাত ছানীয়ে সংগ্ৰামৰ সন্মুখীন হৈছিল যদিও এতিয়া তেওঁক অ’টিটি জগতৰ ডাঙৰ তাৰকাৰ ভিতৰত গণ্য কৰা হৈছে।

  • ফটোখনত ছানীৰ কাষত থিয় হৈ থকা বিজয় ভাৰ্মাই বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে তমন্না ভাটিয়াৰ সৈতে ব্ৰেকআপৰ খবৰৰ বাবে। এফালে ব্যক্তিগত জীৱনৰ বাবে বিজয় বাতৰিৰ শিৰোনামত থকাৰ বিপৰীতে আনফালে তেওঁ নিজৰ কামৰ জৰিয়তে ভাল অনুৰাগীৰ ফ’ল’ৱাৰ সৃষ্টি কৰিছে। ডাৰ্লিং, মিৰ্জাপুৰ, মাৰ্ডাৰ মুবাৰক, গালি বয় আৰু লাষ্ট ষ্ট’ৰীছত বিজয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আমোদজনক কথাটো হ’ল চট্টগং নামৰ ছবিখনত জয়দীপ আহলাৱত, বিজয় ভাৰ্মা আৰু ৰাজকুমাৰ ৰাওৱে একেলগে কাম কৰিছে। এই ছবিখন ২০১২ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনত নৱাজুদ্দিন ছিদ্দিকী আৰু মনোজ বাজপেয়ীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

Tags: #BollywoodActorFTIIMumbai

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025