• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গৌতম গম্ভীৰৰ ৰোডমেপ, আই পি এল ২০২৫ৰ সময়ত কৰিব এই ডাঙৰ কাম

Nation NE by Nation NE
March 12, 2025
in Top News, ক্ৰীড়া
0 0
গৌতম গম্ভীৰৰ ৰোডমেপ, আই পি এল ২০২৫ৰ সময়ত কৰিব এই ডাঙৰ কাম
Share on FacebookShare on TwitterWhatsApp

ডুবাইত ত্ৰিৰংগা উত্তোলন কৰি উভতি আহিছে ভাৰতীয় ক্ৰিকেট দলটো। নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী ২০২৫ খিতাপ দখল কৰিছে ৰোহিত বাহিনীয়ে।

এতিয়া অহা ২ মাহৰ বাবে টীম ইণ্ডিয়াই কোনো আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব, কাৰণ ২২ মাৰ্চৰ পৰা ২৫ মে’লৈ সমগ্ৰ ভাৰতে আই পি এল ২০২৫ৰ উপভোগ কৰিবলৈ উৎসুক হৈ আছে।

ইফালে খবৰ ওলাইছে যে, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ‘ইণ্ডিয়া A’ দলৰ সৈতে ইংলেণ্ডলৈ যাব। উল্লেখ্য যে, জুন-জুলাই মাহত ভাৰতে ইংলেণ্ডৰ সৈতে ৫খন মেচৰ টেষ্ট ছিৰিজ (IND vs ENG Test 2025)ত অংশগ্ৰহণ কৰিব।

খবৰ অনুসৰি, ২০ জুনত ইণ্ডিয়া-ইংলেণ্ড টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে গৌতম গম্ভিৰে ‘ইণ্ডিয়া A’ দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰিব। মন কৰিবলগীয়া যে, ইণ্ডিয়া A দলৰ কোনো প্ৰশিক্ষক নাই, গতিকে গৌতম গম্ভীৰে ‘ইণ্ডিয়া A’ দলৰ সৈতে কেৱল পৰ্যালোচক হিচাপে যাব নে ভিভিএছ লক্ষ্মণে এই দলৰ প্ৰশিক্ষকৰ দায়িত্ব ল’ব সেয়া চাবলৈ আগ্ৰহী হ’ব সকলো ক্ৰিকেটপ্ৰেমী।

উল্লেখ্য যে, লক্ষ্মণ বৰ্তমান ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ ক্ৰিকেটৰ মুৰব্বী হিচাপে কৰ্মৰত। যদি গম্ভীৰ ইংলেণ্ডলৈ যায়, তেন্তে বিদেশ ভ্ৰমণত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া A’ৰ সৈতে ছিনিয়ৰ দলৰ প্ৰশিক্ষক উপস্থিত থাকিব।

এক তথ্য অনুসৰি, অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা উভতি অহাৰ পিছত গৌতম গম্ভীয়ে বি চি চি আইৰ বিষয়াসকলৰ সৈতে অবিৰতভাৱে আলোচনা কৰি আছে। গম্ভীৰে নিজেই ‘ইণ্ডিয়া A’ দলৰ সৈতে ইংলেণ্ডলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যাতে তেওঁ ৰিজাৰ্ভ খেলুৱৈসকলৰ বিষয়েও এটা ধাৰণা ল’ব পাৰে।

ইয়াৰ বাহিৰেও গম্ভীৰে আগন্তুক ২ বছৰৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে। আচলতে অহা ২ বছৰৰ ভিতৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ, ২০২৬ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপও অনুষ্ঠিত হ’ব।

Tags: #cricketIPLSports

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025