• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে বিদায় বাংলাদেশৰ কিংবদন্তি ক্ৰিকেটাৰৰ, বিশ্বকাপত অৰ্জন ৩টা শতক

Nation NE by Nation NE
March 13, 2025
in Top News, ক্ৰীড়া
0 0
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা হঠাতে বিদায় বাংলাদেশৰ কিংবদন্তি ক্ৰিকেটাৰৰ, বিশ্বকাপত অৰ্জন ৩টা শতক
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অভিজ্ঞ বেটছমেন মাহমুদুল্লাই ১২ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ২০২১ চনত টেষ্ট আৰু ২০২৪ চনত টি-২০ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা ৩৯ বছৰীয়া মাহমুদুল্লাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় দিবলৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

ইয়াৰ পূৰ্বে মাহমুদুল্লাই ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত তেওঁক কেন্দ্ৰীয় চুক্তিৰ বাবে বিবেচনা নকৰিবলৈ ব’ৰ্ডক অনুৰোধ জনাইছিল। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ লিখিছে যে,  তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। তেওঁ লগতে নিজৰ সকলো সতীৰ্থ, প্ৰশিক্ষক আৰু বিশেষকৈ মোৰ অনুৰাগীক ধন্যবাদ জনাই, যিয়ে তেওঁক সদায় সহায় কৰি আহিছে।

এদিনীয়া ক্ৰিকেটত বাংলাদেশৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী মাহমুদুল্লাই ৩৬.৪৬ গড়ে ৫৬৮৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও তেওঁ ৪টা শতক অৰ্জন কৰিছে, এই সকলোবোৰ আইচিচি প্ৰতিযোগিতাত কৰা হৈছে।

২০১৫ চনৰ বিশ্বকাপত একেৰাহে দুটা শতক, ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে এটা শতক আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চতুৰ্থ শতক অৰ্জন কৰিছিল।

মাহমুদুল্লাই ১৭ বছৰীয়া কেৰিয়াৰত ২৩৯খন এদিনীয়া, ৫০খন টেষ্ট আৰু ১৪১খন টি-২০ মেচ খেলিছিল। ২০০৭ চনত এদিনীয়াত অভিষেক ঘটা মাহমুদুল্লাই প্ৰথম অৱস্থাত লোয়াৰ অৰ্ডাৰ অল ৰাউণ্ডাৰ হিচাপে খেলিছিল। ২০১১ চনৰ বিশ্বকাপত তেওঁৰ জীৱনলৈ এটা টাৰ্নিং পইণ্ট আহিছিল, যেতিয়া তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে বাংলাদেশক এক আচৰিত জয়ৰ দিশত আগুৱাই লৈ গৈছিল।

পিছলৈ তেওঁ এজন গুৰুত্বপূৰ্ণ মিডল অৰ্ডাৰ বেটছমেন হিচাপে পৰিগণিত হয় আৰু ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ বিৰুদ্ধে ছাকিব আল হাছানৰ সৈতে ২২৩ ৰানৰ ঐতিহাসিক অংশীদাৰিত্বকে ধৰি বহু স্মৰণীয় ইনিংছ খেলে।

মাহমুদুল্লাৰ অৱসৰৰ লগে লগে বাংলাদেশৰ সোণালী প্ৰজন্মৰ অন্ত পৰিব। তেওঁ এদিনীয়া বিশ্বকাপত তিনিটাকৈ শতক অৰ্জন কৰা একমাত্ৰ বাংলাদেশী বেটছমেন।

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025