• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইগৰাকী তাৰকা অলৰাউণ্ডাৰে লাভ কৰিলে দিল্লী কেপিটেলছৰ নেতৃত্ব

Nation NE by Nation NE
March 14, 2025
in Top News, ক্ৰীড়া
0 0
এইগৰাকী তাৰকা অলৰাউণ্ডাৰে লাভ কৰিলে দিল্লী কেপিটেলছৰ নেতৃত্ব
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজন। ইয়াৰ বাবে প্ৰতিটো দলে আৰম্ভ কৰিছে প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই দিল্লী কেপিটেলছো। দলটোৱে আগন্তুক ছিজনত খেলপথাৰত নামিব এগৰাকী নতুন অধিনায়কৰ নেতৃত্বত। নতুন অধিনায়কৰ দায়িত্ব লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ তথা দীৰ্ঘদিন ধৰি দিল্লী কেপিটেলছৰ হৈ খেলি অহা অক্ষৰ পেটেল।

দিল্লী কেপিটেলছে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা ঘোষণা কৰে। ৩১ বছৰীয়া অক্ষৰ পেটেলে ২০১৯ চনত দিল্লী কেপিটেলছত যোগ দিছিল। ইয়াৰ পিছৰে পৰা তেওঁ ধাৰাবাহিকভাৱে দলটোৰ হৈ খেলি অন্যতম গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

বিগত ছটা ছিজনত তেওঁ দলটোলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৮২খন মেচত ৯৬৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৭.০৯ ইকনমি ৰেটৰ সহায়ত ৬২টা উইকেট দখল কৰিছে।

দলটোৰ নতুন অধিনায়কৰ সন্দৰ্ভত দিল্লী কেপিটেলছৰ অধ্যক্ষ কিৰণ কুমাৰ গ্ৰেণ্ডীয়ে কয় যে, ‘অক্ষৰক দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে পাই আমি অত্যন্ত সুখী। ২০১৯ চনৰ পৰা তেওঁ আমাৰ দলৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু এই দলৰ মূল্যবোধক প্ৰতিফলিত কৰে। যোৱা দুটা ছিজনত তেওঁ সহ-অধিনায়ক হিচাপে দায়িত্ব পালন কৰি আহিছে, আৰু এতিয়া স্বাভাৱিকতে অধিনায়কৰ ভূমিকালৈ আগবাঢ়িছে। তেওঁৰ ওচৰত আমাৰ প্ৰশিক্ষক কৰ্মচাৰী আৰু অভিজ্ঞ নেতৃত্ব গোটৰ সম্পূৰ্ণ সমৰ্থন আছে। এই নতুন ভূমিকাত তেওঁ সফল হ’ব বুলি আমি নিশ্চিত।’

ইফালে নতুন দায়িত্ব লাভ কৰাৰ পিছত অক্ষৰ পেটেলে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘দিল্লী কেপিটেলছৰ অধিনায়ক হোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান। মোক এই দায়িত্ব দিয়াৰ বাবে মালিক আৰু প্ৰশিক্ষক কৰ্মচাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কেপিটেলছৰ হৈ খেলি থকাৰ সময়তে মই এজন ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠা হৈছো আৰু এতিয়া নেতৃত্ব দিবলৈ সাজু আৰু আত্মবিশ্বাসী অনুভৱ কৰিছো। আমাৰ প্ৰশিক্ষক আৰু ছাপোৰ্ট ষ্টাফে মেগা নিলামত এক সুষম আৰু শক্তিশালী দল একত্ৰিত কৰিছে, যাৰ বিশাল সম্ভাৱনা আছে। আমাৰ দলত বহু লিডাৰ আছে, যি মোৰ বাবেও সহায়ক হ’ব।’

উল্লেখ্য যে, অক্ষৰ পেটেলে আই পি এলৰ ১৫০খন খেলত ১৬৫৩ ৰান আৰু ১২৩টা উইকেট দখল কৰিছে। ২০১৬ চনত তেওঁ ৫টা বলত ৪টা উইকেট দখল কৰি এক দৰ্শনীয় হেট্ৰিক অৰ্জন কৰিছিল।

আই পি এৰ ১৮ সংখ্যক ছিজনত দিল্লী কেপিটেলছে ২৪ মাৰ্চত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হৈ প্ৰতিযোগিতাখনত নিজৰ অভিযান আৰম্ভ কৰিব। অক্ষৰ পেটেলৰ লগতে কে এল ৰাহুলৰ ওপৰতো দৃষ্টি নিৱদ্ধ থাকিব ক্ৰিকেট অনুৰাগীৰ।

Tags: Axar PatelDelhi CapitalsIPL 2025

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025