• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 12, 2026
25 °c
Guwahati
24 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুছলমান বিৰোধী ঘৃণা ৰোধৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

Nation NE by Nation NE
March 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
মুছলমান বিৰোধী ঘৃণা ৰোধৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ
Share on FacebookShare on TwitterWhatsApp

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সমগ্ৰ বিশ্বতে মুছলমান বিৰোধী আৱেগৰ ক্ৰমবৰ্ধমান ঢৌক লৈ আশংকা প্ৰকাশ কৰি চৰকাৰ আৰু ডিজিটেল মঞ্চসমূহক বৈষম্য, বিদেশী ঘৃণা আৰু ঘৃণামূলক ভাষণৰ বিৰুদ্ধে বিশেষ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

শনিবাৰে পালন কৰা ইছলাম’ফবিয়া প্ৰতিৰোধৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত ভিডিঅ’যোগে দিয়া ভাষণ গুটেৰেছে মুছলমান সম্প্ৰদায়সমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু বৃদ্ধি পোৱা ঘৃণাৰ ওপৰত আলোকপাত কৰে।

তেওঁ কয়, ‘আমি মুছলমান বিৰোধী কুসংস্কাৰৰ বিৰক্তিকৰ বৃদ্ধিৰ সাক্ষী হৈ আছো। মানৱ অধিকাৰ আৰু মৰ্যাদা উলংঘা কৰা বৰ্ণগত প্ৰফাইলিং আৰু বৈষম্যমূলক নীতিৰ পৰা আৰম্ভ কৰি ব্যক্তি আৰু ধৰ্মীয় অনুষ্ঠানৰ হিংসালৈকে।’

কোনো এখন নিৰ্দিষ্ট দেশৰ নাম উল্লেখ নকৰাকৈয়ে গুটেৰেছে চৰকাৰসমূহৰ ধৰ্মীয় স্বাধীনতা ৰক্ষাৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিকোনো গোটৰ বিৰুদ্ধে অসহিষ্ণুতাই সকলোৰে অধিকাৰ আৰু স্বাধীনতাক ভাবুকি কঢ়িয়াই অনা বুলি উল্লেখ কৰি তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক অনলাইন ঘৃণামূলক ভাষণ আৰু হাৰাশাস্তিৰ প্ৰচাৰ ৰোধ কৰিবলৈ আহ্বান জনায়।

‘যেতিয়া এটা গোটক আক্ৰমণ কৰা হয়, তেতিয়া সকলোৰে অধিকাৰ আৰু স্বাধীনতা বিপদত পৰে। বিশ্ব সম্প্ৰদায় হিচাপে আমি কুসংস্কাৰক নাকচ আৰু নিৰ্মূল কৰিব লাগিব’, ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে এই মন্তব্য কৰে।

গুটেৰেছে আৰু উল্লেখ কৰে যে মুছলমান মহিলাসকলে প্ৰায়ে ইছলাম’ফবিয়াৰ বোজা বহন কৰে, কাৰণ তেওঁলোকক নিপীড়িত বুলি চিত্ৰিত কৰা হৈছে।

এই উপলক্ষে গুটেৰেছে বিশ্বৰ নেতা, নাগৰিক সমাজ, আৰু ব্যক্তিসকলক সকলো ধৰ্মৰ লোকে শান্তি আৰু মৰ্যাদাৰে সহাৱস্থান কৰিব পৰাকৈ সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

‘ইছলাম’ফবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ এই আন্তঃৰাষ্ট্ৰীয় দিৱসত আহক আমি একেলগে সমতা, মানৱ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে কাম কৰোঁ, আৰু এনে অন্তৰ্ভুক্ত সমাজ গঢ়ি তোলোঁ য’ত সকলোৱে নিজৰ বিশ্বাস নিৰ্বিশেষে শান্তি আৰু সম্প্ৰীতিৰে জীয়াই থাকিব পাৰিব’, এইদৰে কয় ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকীয়ে।

Tags: Anti-MuslimAntónio GuterresIslamophobiaUnited Nation

Related Posts

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
Top News

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

May 11, 2026
হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…
Top News

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

May 11, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

May 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 11, 2026

শীৰ্ষ সংবাদ

পুনৰ দিল্লীত বিপদত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী, বহিঃৰাজ্যৰ যুৱকে অসমীয়া যুৱতীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড

হাণ্টাভাইৰাছৰ এলাৰ্টৰ মাজতে ডাঙৰ খবৰ, ক্ৰুজত আৱদ্ধ ২ ভাৰতীয়ৰ স্বাস্থ্য সন্দৰ্ভত আপডেট…

‘১বছৰৰ বাবে ক্ৰয় কৰিব নোৱাৰিব সোণ’, দেশবাসীক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ, পেট্ৰল-ডিজেলৰ দাম সন্দৰ্ভত কি ক’লে?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025