• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
March 16, 2025
in অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : নতুন পোছাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । খোৱা, ক্ৰয় কৰা আৰু আনন্দ কৰাৰ সময় । সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব । নতুনকৈ লগ পোৱা মানুহৰ লগত ভাবি চিন্তিহে বন্ধুত্ব কৰিব । স্বাস্থ্যৰ যতন লওক ।

বৃষ ৰাশি : ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতি লাভজনক হ’ব। সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব। বন্ধুৰ লগত চিনেমা চাই বা পিকনিকলৈ গৈ আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে।

মিথুন ৰাশি : এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ৷ সামাজিক যোগাযোগ সীমিত হ’ব আৰু সন্তানৰ বাবে চিন্তা থাকিব । ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হ’ব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ।

কৰ্কট ৰাশি : গভীৰ চাপত থাকিব; বিৰক্তি আৰু অলসতাই আপোনাক বেৰি থাকিব পাৰে । দোদুল্যমান মনক নিয়ন্ত্ৰণ কৰক আৰু মনটো স্থিৰ কৰক । যাত্ৰাৰ পৰিকল্পনা সলনি কৰক, কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । মাতৃৰ শৰীৰৰ অৱনতি ঘটিব পাৰে, যত্ন লওক । আজি নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে ।

সিংহ ৰাশি : যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । মাতৃৰ শৰীৰ ভাল নাথাকিব । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো নল’ব । সতৰ্ক হৈ থাকক ।

কন্যা ৰাশি : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । ঘৰত থকা আজৰি সময়ত, আপুনি পৰিয়াল কেন্দ্ৰীক গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক চৰ্চা কৰিব পাৰে । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন । দৰ্শনীয় স্থানত পিকনিকৰ পৰিকল্পনাৰে সন্ধিয়া সময়খিনি কটাওক ।

তুলা ৰাশি : সন্তুলিত আৰু মনোযোগী হ’ব । পুৱা খোজকাঢ়িবলৈ গ’লে অধিক আনন্দিত অনুভৱ কৰিব । নতুন পোছাক আৰু গহনা ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰক, একেসময়তে ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক ৷ অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা মনোমালিন্য দূৰ কৰিব পাৰে । কামত আপোনাৰ অহংকাৰক মাজত আহিবলৈ নিদিব ৷

বৃশ্চিক ৰাশি : ইতিবাচক দিন হ’ব । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কাম-কাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব পাৰে । আপুনি উৎসাহিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব । চিনেমা বা খেলাধূলাৰ দৰে বিনোদনশীল কাৰ্যত মনোনিবেশ কৰিব পাৰে ।

ধনু ৰাশি: আশীৰ্বাদৰ বৃষ্টি হ’ব; দিনটো আপোনাৰ বাবে লাভজনক হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । আনৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে । গাড়ী চলাওতে সতৰ্ক হওক আৰু কোনো ট্ৰেফিক নিয়ম ভংগ নকৰিব; দূৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে ।

মকৰ ৰাশি : আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে উপযুক্ত সময় । কৰ্মস্থলীত, আপুনি কামৰ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ কৰিব । আপোনাৰ বচক প্ৰভাম্বিত কৰিব পাৰিব । পদোন্নতিৰ সুযোগ পাব পাৰে । পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় ।

কুম্ভ ৰাশি : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে। কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক, উপকৃত হ’ব। মধ্যাহ্নৰ পিছত কৰ্মস্থলীত পৰিবেশ আপোনাৰ পক্ষতে থাকিব আৰু অধিক শান্ত হ’ব। ঘৰতো একেই পৰিবেশ থাকিব; শান্তিপূৰ্ণ পৰিবেশে আপোনাক আনন্দিত আৰু উৎসাহিত কৰিব। প্ৰমোদ ভ্ৰমণ বা কামৰ বাবে দীঘলীয়া ভ্ৰমণ কৰিব লগা হ’ব পাৰে। ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে।

মীন ৰাশি : নিজকে অধিক ভালদৰে জানিবৰ বাবে চেষ্টা কৰাৰ সম্ভাবনা আছে । নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক । ভৌতিক বিষয়ৰ উপৰিও, আনন্দৰে আৰম্ভ আৰু অন্ত পৰা বিষয়ত আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে । কিছু সময়ৰ বাবে মনে মনে বহক আৰু নিজকে নিৰীক্ষণ কৰক; আত্ম বিশ্লেষণ কৰিব পাৰে । কৰ্মস্থলীত সতৰ্ক হওক । সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে । স্বাস্থ্যৰ যতন লওক ।

Tags: Daily HororscopeHoroscopeSunday

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 10, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 9, 2026
আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান
Top News

আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

March 8, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025