• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
22 ° Sat
20 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান; এখন ব্যক্তিগত হাস্পতালত ভৰ্তি

Nation NE by Nation NE
March 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান; এখন ব্যক্তিগত হাস্পতালত ভৰ্তি
Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংগীত পৰিচালক এ আৰ ৰহমানক চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বুকু আৰু ডিঙিত বিষ অনুভৱ কৰাৰ পিছতে সংগীত পৰিচালকগৰাকীক ততাতয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। প্ৰথমে তেওঁক বিভিন্ন টেষ্ট কৰোৱাৰ খবৰ আহিছিল যদিও শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰিছে তেওঁৰ পুত্ৰই।

আজি ৰাতিপুৱা ৭.৩০ বজাত ভৰ্তি কৰোৱা হয় সংগীত পৰিচালকগৰাকীক। এ আৰ ৰহমানৰ ঘনিষ্ঠ সূত্ৰই জানিব দিয়া অনুসৰি, শনিবাৰে লণ্ডনৰ পৰা উভতি অহাৰ পিছতে এ আৰ ৰহমানে গেছ আৰু ডিহাইড্ৰেচনত ভুগিছিল। সেয়ে তেওঁ চেকআপৰ বাবে হাস্পতাললৈ যায়। এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ।

ইফালে এ আৰ ৰহমানৰ পুত্ৰ আমিনে ইনষ্টাগ্ৰাম ষ্ট’ৰীত পোষ্ট কৰি শিল্পীগৰাকীৰ স্বাস্থ্যৰ আপডেট প্ৰদান কৰিছে। তেওঁ লিখিছে- ‘আমাৰ সকলো প্ৰিয় অনুৰাগী, পৰিয়াল আৰু শুভাকাংক্ষীলৈ আপোনালোকৰ মৰম, প্ৰাৰ্থনা আৰু সহায়ৰ বাবে আন্তৰিক ধন্যবাদ। দেউতাই ডিহাইড্ৰেচনৰ বাবে অলপ দুৰ্বল অনুভৱ কৰিছিল গতিকে আমি কিছুমান নিয়মীয়া পৰীক্ষা কৰি ললোঁ। কিন্তু মই আপোনালোকক ক’বলৈ পাই সুখী যে তেওঁৰ অৱস্থা এতিয়া ঠিকেই আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ।’

ইফালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে চিকিৎসকৰ সৈতে কথা পাতি শিল্পীজনৰ স্বাস্থ্যৰ বুজ লয়। এক্সত তেওঁ লিখিছে, ‘এ আৰ ৰহমান অসুস্থ বুলি জানিব পৰা লগে লগে চিকিসকৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লও। তেওঁলোকে কৈছে তেওঁ সম্পূৰ্ণ সুস্থ আৰু শীঘ্ৰে ঘৰলৈ উভতিব।’

Tags: #Bollywood#HospitalisedA R RahmanChennai

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025