• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
30 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…

      Nation NE by Nation NE
      March 22, 2025
      in Top News, অসম
      0 0
      শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…
      Share on FacebookShare on TwitterWhatsApp

      শিলচৰ NIT ত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে সহকাৰী অধ্যাপকে৷ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ BTech প্ৰথম বৰ্ষৰ ছাত্ৰীৰ এই জঘন্য কাণ্ড সংঘটিত কৰে সহকাৰী অধ্যাপক ডঃ ডি.কে ৰাজুৱে৷

      ইয়াৰ প্ৰতিবাদত নিশা ফেকালটি কোৱাৰ্টাৰৰ সম্মুখত আন্দোলন কৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে৷ ছাত্ৰছাত্ৰীৰ উত্তাল আন্দোলনত পুৱতি নিশা ৩ বজাত অভিযুক্ত অধ্যাপক ডঃ ডি.কে ৰাজুক নিলম্বন কৰে NIT কৰ্তৃপক্ষই৷

      উক্ত ঘটনাক লৈ ঘুংগুৰ আৰক্ষী চকীত ৰুজু কৰা হয় গোচৰ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনা সহপাঠীৰ সন্মুখত অৱগত কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে নিশা NIT ৰ কোৱাৰ্টাৰৰ সম্মুখত ঘটনাৰ প্ৰতিবাদত আন্দোলনত নামে৷ অভিযুক্ত সহকাৰী অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ তথা নিলম্বনৰ দাবীত উত্তাল প্ৰতিবাদ আৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

      ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিশায়েই NIT চৌহদত আৰক্ষী মোতায়ন কৰাৰ লগতে অভিযুক্ত অধ্যাপকগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষই৷

      আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰা শিলচৰ NIT ৰ সহকাৰী অধ্যাপজনক আটক কৰে৷ বৰ্তমানে শিলচৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই আছে অভিযুক্তক ৷

      Tags: #AssamMolestationSilchar

      Related Posts

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025

      শীৰ্ষ সংবাদ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist