• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ বাবে আজিৰ দিনটো শুভনে? জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
March 23, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব । বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব । আজি ৰোমাঞ্চকৰ মন হৈ পৰিব । নতুন ব্যৱসায় বিচাৰ হʼব পাৰে । প্ৰেমৰ সম্পর্ক ভাল হʼব । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ।

বৃষ : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব । আপোনাৰ ব্যৱসায় আৰু বন্ধুবৰ্গ, কাৰ্য-ব্যৱসায়ত সফল লাভ হʼব । বজাৰ কৰিবলৈ যোৱা আনন্দময় দিন হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ।

মিথুন : আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক । আপুনি যিমানেই ভাগৰুৱা হৈ নাথাকক কিয়, আপোনাৰ সভা-সমিতিবোৰত আপুনি ভাল ফল দেখুৱাব পাৰিব । আপোনাৰ কাৰ্যদক্ষতা আৰু কষ্ট আপোনাৰ কামত প্ৰতিফলিত হ’ব । আপোনাৰ সহযোগীসকলৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । ধন-সম্পত্তি বৃদ্ধি হ’ব মাত্ৰ সেয়া স্থিৰ কৰি ৰখাৰ দায়িত্ব আপোনাৰ নিজৰ । পাৰিবাৰিক ক্ষেত্ৰতো দিনটো আনন্দৰে পাৰ হ’ব ।

ককৰ্ট : টকা-পইচা অনিশ্চিত হʼব পাৰে, খৰচ বৃদ্ধি হʼব পাৰে । জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব । আপুনি ধৈৰ্যশীল, সহনশীল হওক । যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হয় ।

সিংহ : ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধি হʼব । কৰ্মবিধিত অধিক ব্যস্ত হʼব পাৰে ।কৰ্ম-ব্যৱসায়ত সফলতা । অধিক পেছাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ।

কন্যা : কাম-কাজ বন্ধ কৰি আৰাম কৰিব পাৰে । মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিনটো ভাল হʼব । এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব । বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ।

তুলা : আনন্দময় দিন হʼব । পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব । আপোনাৰ নতুন ব্যৱসায় আৰু বন্ধুবৰ্গৰ বিচাৰ হʼব পাৰে, কাৰ্য-ব্যৱসায়ত সফল হʼব । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । সংযোগত সফলতা লাভ হʼব । বিবাহিতৰ বাবে এইটো দিন ভাল । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ।

বৃশ্চিক : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক । কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । সপ্তাহৰ আৰম্ভণিতে স্বাস্থ্য ভাল, সপ্তাহৰ অন্তত বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ।

ধনু : আপোনাৰ প্ৰায় ভাল হʼব । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰিয় কাৰ্যই সহায় কৰিব । নতুন বন্ধুবৰ্গ লাভ কৰিব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ।

মকৰ : নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় । আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰে । প্ৰেমৰ সম্পর্কত মনোযোগ দিব । সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব । বন্ধুবৰ্গৰ লগত আনন্দময় হʼব । আপোনাৰ যুক্তি আৰু চিন্তাধাৰাবোৰৰ সৈতে আপুনি প্ৰায় সফল হʼব ।

কুম্ভ : আজি আপোনাৰ সক্ৰিয় দিন হʼব । মানসিক চিন্তা আৰু নিৰুৎসাহিত হ’ব পাৰে, তথাপিও আপুনি প্ৰায় সফল হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । আনৰ পৰা প্ৰশংসা লাভ হʼব । নিজৰ ব্যৱসায়, কর্ম ব্যস্ততা আৰু প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ।

মীন : টকা-পইচাৰ নিশ্চিতি হʼব । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব । অধিক ধন উপাৰ্জন কৰিব পাৰিব । কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব । বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰিয় কাৰ্যই সহায় কৰিব ।

Tags: #AssamDaily HororscopeHoroscopeSunday

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025