• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

Nation NE by Nation NE
July 7, 2024
in অসম, Top News
0 0
বিকিনি পিন্ধা ফটো ছ’চিয়েল মিডিয়াত আপলোড তৃতীয় লিংগৰ শিক্ষাৰ্থীৰ; বিদ্যালয়ৰ পৰা বহিষ্কাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ছ’চিয়েল মিডিয়াত ফটো আপলোড দিয়াৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ হ’ল এগৰাকী তৃতীয় লিংগৰ ছাত্ৰী। একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনৰ অধ্যক্ষই বহিষ্কাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত।

ইতিমধ্যে, ছাত্ৰীগৰাকীৰ মাতৃয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি সমগ্ৰ ঘটনা অৱগত কৰাৰ লগতে মাতৃয়ে ‘বাল অধিকাৰ সংৰক্ষণ আয়োগ’ত অভিযোগ দাখিল কৰিছে।

এই ঘটনা গুৱাহাটীৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে। ১৭ বছৰীয়া একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত বিকিনি পিন্ধা ফটো আপলোড কৰাৰ বাবে বহিষ্কাৰ কৰিলে অধ্যক্ষই।

ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষই জনাই যে, ছাত্ৰীগৰাকীয়ে আপলোড কৰা ফটোখনত অশ্লীলতা আছিল, যাৰ বাবে ছ’চিয়েল মিডিয়াৰ পৰা ফটোখন আঁতৰাবলৈ ছাত্ৰীগৰাকীক নিৰ্দেশ দিয়া হৈছিল আৰু ছাত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ সহাৰি দিয়া নাছিল।

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত ট্ৰেন্সজেণ্ডাৰ ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰিছে। ছ’চিয়েল মিডিয়াত বিকিনি পিন্ধা ছবি পোষ্ট কৰাৰ বিষয় সন্দৰ্ভত কয়, ‘৯ জুনত পৰিয়ালৰ সৈতে অৱসৰ বিনোদন কৰিবলৈ যাওঁতে ছবিখন তুলিছিলো। এই সময়ছোৱাত ছুইমিং পুলৰ ওচৰত কিছুমান ছবি তোলা হৈছিল যিবোৰ মই ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলো।‘

তেওঁ লগতে কয়, ‘মই এতিয়ালৈকে মানুহৰ পৰা সন্মুখীন হোৱা প্ৰতিক্ৰিয়াৰ পৰা যথেষ্ট অসুৰক্ষিত অনুভৱ কৰিছো। মই এক মুহূৰ্তৰ বাবেও ভবা নাছিলো যে এই ছবিবোৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ পিছতে মোৰ জীৱনলৈ অন্ধকাৰ নামি আহিব।‘

ছাত্ৰীগৰাকীৰ মতে, ১০ জুনৰ নিশা প্ৰায় ৯ বজাত অধ্যক্ষই ফোন কৰিছিল আৰু তেওঁ গালি পাৰিবলৈ আৰম্ভ কৰিছিল। ছাত্ৰীগৰাকীয়ে কয়, ‘মই বৰ নাৰ্ভাছ অনুভৱ কৰিছিলো। মই ফোনটো মোৰ মাক দিছিলো। ফোনটো স্পীকাৰত আছিল আৰু অধ্যক্ষই কৈছিল যে মই নিৰ্লজ্জ আৰু ঘৃণনীয়। এই দুটা শব্দ এতিয়াও মোৰ কাণত বাজি আছে। কাৰণ এই শব্দবোৰ এজন অশিক্ষিত বা সাধাৰণ ব্যক্তিৰ পৰা নাছিল। মোৰ বিদ্যালয়ৰ অধ্যক্ষৰ মুখৰ পৰা অহা এই শব্দ দুটাই মোক মানসিকভাৱে দুৰ্বল কৰি পেলাইছে।‘

ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত মাতৃয়ে অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে অধ্যক্ষই আলোকচিত্ৰসমূহত আপত্তি কৰিছিল আৰু ছবিবোৰৰ বাবে ‘অৰ্ধ-নগ্ন’ৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল। মাতৃয়ে বহুবাৰ অনুৰোধ কৰাত অধ্যক্ষই তিনিটা চৰ্ত ৰাখিছিল। ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায় এৰিব লাগিব, শৰীৰৰ টেটু আঁতৰাব লাগিব আৰু মনোৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল’ব লাগিব বুলি অধ্যক্ষই মাতৃক জনাইছিল।

এই সমগ্ৰ ঘটনাৰ শুনানি গ্ৰহণ কৰি থকা অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ শ্যামল শ্বেৰাই কয়, ‘ট্ৰেন্সজেণ্ডাৰ ছাত্ৰীগৰাকীৰ অভিভাৱকে ২৬ জুনত এটা অভিযোগ লৈ আয়োগলৈ আহিছিল। ভুক্তভোগীৰ পৰিয়ালৰ পক্ষৰ পিছত এতিয়া বিদ্যালয় পক্ষৰ কথাও শুনা যাব আৰু যদি ছাত্ৰীগৰাকীৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা হৈছে  তেন্তে পৰৱৰ্তীসময়ত আইনী ব্যৱস্থা লোৱা হ’ব।‘

Tags: #AssamGuwahatiSchoolTransgender

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025