• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আনে উদযাপন কৰাৰ এদিন আগতেই ভাৰতৰ লাখ-লাখ লোকে উদযাপন কৰিব ঈদ

      Nation NE by Nation NE
      March 26, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আনে উদযাপন কৰাৰ এদিন আগতেই ভাৰতৰ লাখ-লাখ লোকে উদযাপন কৰিব ঈদ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মুছলমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ উৎসৱ হৈছে ঈদ-উল-ফিটৰ। ভাৰততকৈ এদিন পূৰ্বে এই উৎসৱ পালন কৰা হয় ছৌদি আৰৱত। এই কথা আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে, ভাৰতৰো কেইখনমান ৰাজ্য আছে য’ত ছৌদি আৰৱৰ সৈতে একেটা দিনতে পালন কৰা হয় ঈদ।

      ছৌদি আৰৱে পালন কৰা দিনটোতে ঈদ উদযাপন কৰা হয় ভাৰতৰ কেৰালা আৰু জম্মুত। ছৌদি আৰৱ আৰু হিন্দুস্তানৰ মাজত সময়ৰ ব্যৱধান প্ৰায় চাৰি ঘণ্টা। অৱশ্যে কেতিয়াবা কেতিয়াবা হিন্দুস্তান আৰু ছৌদি আৰৱত একেদিনাই জোন দেখা যায় আৰু এটা দিনতেই ঈদো পালন কৰা হয়।

      উল্লেখ্য যে, কেৰালা আৰু জম্মুত ৰমজান আৰু ঈদ ছৌদি আৰৱৰ তাৰিখ মতেই উদযাপন কৰা হয়। কেৰালাৰ লোকসকলে ভাবে যে ছৌদি আৰৱত অধিক মুছলমান লোকে বাস কৰে আৰু কৰ্মসূত্ৰে কেৰালাৰ অধিকাংশ লোকো ছৌদিত থাকে সেয়ে তেওঁলোকৰ সৈতে এটা দিনতেই ঈদ পালন কৰে কেৰালাবাসীয়ে।

      এই ৰাজ্যসমূহৰ বাহিৰে বাকী সকলো ঠাইতে জোন দেখা অনুযায়ী ঈদ পালন কৰা হয়। এইবাৰ ২ মাৰ্চৰ পৰা ৰমজান মাহ আৰম্ভ হৈছিল আৰু ইছলামিক কেলেণ্ডাৰ অনুসৰি মাহটো ৩০ বা ২৯ দিনৰ। ইছলামিক কেলেণ্ডাৰত মাহবোৰ সাধাৰণ কেলেণ্ডাৰৰ দৰে ৩০ বা ৩১ৰ নহয়।

      অনুমান অনুসৰি এইবাৰ ঈদ ১ এপ্ৰিল বা ৩১ মাৰ্চত হোৱাৰ সম্ভাৱনা আছে। জোন দেখাৰ পিছতহে ঈদৰ দিনটো স্পষ্টকৈ ক’ব পৰা যাব। কিন্তু ছৌদি আৰৱত ৪ ঘণ্টাৰ পাৰ্থক্যৰ বাবে এদিন আগতে ঈদ পালন কৰা হয়।

      Tags: #EidJammuKeralaSaudi Arab

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist