• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুশান্ত সিং ৰাজপুত গোচৰৰ পুনৰ হ’ব তদন্ত : বিজেপি বিধায়কৰ ঘোষণা

Nation NE by Nation NE
March 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সুশান্ত সিং ৰাজপুত গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBIৰ; কি হ’ল ৰিয়া চক্ৰৱৰ্তীৰ?
Share on FacebookShare on TwitterWhatsApp

অভিনেতা সুশান্ত সিং ৰাজপুত গোচৰৰ পুনৰ হ’ব তদন্ত। মহাৰাষ্ট্ৰৰ এগৰাকী বিজেপি বিধায়কে কৰিছে এই দাবী। মহাৰাষ্ট্ৰ চৰকাৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম (এছ আই টি)ৰ দ্বাৰা এই গোচৰৰ পুনৰ তদন্ত কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে বিজেপি বিধায়ক ৰাম কদমে। এটা নিউজ এজেন্সিত দিয়া সাক্ষাতকাৰত এই মন্তব্য কৰিছে বিধায়কজনে।

বিজেপি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে উদ্ভৱ থাকৰে চৰকাৰে ৬৮ দিনলৈকে এই গোচৰটোৰ তদন্ত কৰিবলৈ চিবিআইক অৰ্পণ কৰা নাছিল। কেতিয়া অৰ্পণ কৰা হৈছিল, যেতিয়া ঘৰৰ ফাৰ্নিচাৰ আঁতৰোৱা হৈছিল, ঘৰটোত নতুনকৈ ৰং দিয়া হৈছিল, ঘৰটো গটোৱা হৈছিল পুৰণি মালিকক, বিহাৰৰ আৰক্ষীক তদন্ত কৰিবলৈ দিয়া হোৱা নাছিল। এই সকলোবোৰ যদি যোগ দিও তেন্তে এইটো স্পষ্ট হৈ পৰে যে উদ্ভৱ থাকৰে নেতৃত্বাধীন চৰকাৰে প্ৰমাণ নষ্ট কৰাৰ দুঃসাহস কৰিছিল।

উল্লেখ্য যে, শেহতীয়াকৈ চিবিআইয়ে এই গোচৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল। কোৱা হৈছিল যে অভিনেতাজনৰ মৃত্যুৰ কাৰণ আত্মহত্যা আৰু এই কাম কৰিবলৈ তেওঁক কোনেও উচটনি দিয়া নাছিল।

চিবিআইৰ কথা প্ৰসংগ উল্লেখ কৰিয়েই সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে ন্যায় নাপালে বুলি দাবী কৰে বিজেপি বিধায়কগৰাকীয়ে। যদি চিবিআইয়ে ন্যায়পালিকাৰ সন্মুখত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে তেন্তে ইয়াৰ অৰ্থ অতি স্পষ্ট। অৰ্থাৎ আৰুশীৰ গোচৰত যিদৰে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল, তেতিয়া সেই প্ৰতিবেদন ন্যায়পালিকাই মানি লোৱা নাছিল। একেদৰে ইয়াৰো (সুশান্ত সিং ৰাজপুত) পুনৰ তদন্ত কৰা উচিত।

উল্লেখ্য যে, ২০২০ চনৰ ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতক নিজৰ ঘৰৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল।

Tags: BJPMaharashtraSushant Singh Rajput

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025