• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধন সৰবৰাহৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত FIRৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
March 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ধন সৰবৰাহৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত FIRৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ
Share on FacebookShare on TwitterWhatsApp

ধন সৰবৰাহৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে FIR দাখিল কৰিব লাগে বুলি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। আদালতে স্পষ্ট কৰি দিয়ে যে বিষয়টো আভ্যন্তৰীণ সমিতিৰ দ্বাৰা তদন্ত চলি আছে আৰু প্ৰতিবেদন লাভ কৰাৰ পিছত দেশৰ মুখ্য ন্যায়াধীশৰ হাতত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বহু বিকল্প উপলব্ধ হ’ব, সেয়েহে এই আবেদনখন বিবেচনা কৰাটো উপযুক্ত বুলি বিবেচিত হোৱা নাছিল।

উল্লেখ্য যে, বিচাৰপতি যশৱন্ত বাৰ্মাৰ আবাসত যোৱা ১৪ মাৰ্চৰ নিশা অবিশ্বাস্য পৰিমাণৰ ধন উদ্ধাৰক লৈ দেশজুৰি তুমুল আলোড়ণৰ সূচনা হৈছিল।

চাঞ্চল্যকৰ এই ঘটনাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰিছিল ইন-হাউচ তদন্ত কমিটি। ইফালে, এই ঘটনা পোহৰলৈ অহাৰ পিছতো বিচাৰপতি বাৰ্মাৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু হোৱা নাই সেই সন্দৰ্ভত প্ৰশ্ন তুলি আইনজীৱী মেথেউজ নেদুমপাৰাই সৰ্বোচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল।

ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত খণ্ড বিচাৰপীঠে আইনজীৱী মেথেউজ নেদুমপাৰাই দাখিল কৰা আবেদন খাৰিজ কৰে আৰু ইন-হাউচ তদন্ত কমিটিৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে।

Tags: JUSTICEMoney ScamSupreme CourtYaswant Varma

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025