• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      প্ৰাক্তন মন্ত্ৰী ভৃগু ফুকনৰ একমাত্ৰ কন্যা উপসা ফুকনৰ মৃত্যু

      Nation NE by Nation NE
      March 30, 2025
      in Top News, অসম
      0 0
      প্ৰাক্তন মন্ত্ৰী ভৃগু ফুকনৰ একমাত্ৰ কন্যা উপসা ফুকনৰ মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      অসম আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি অসম গণ পৰিষদ দলৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰা প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ একমাত্ৰ কন্যা উপসা ফুকনৰ মৃত্যু হৈছে। উজান বজাৰৰ খাৰঘূলিত থকা দুমহলীয়া অট্টালিকাৰ পৰা পৰি ৰহস্যজনক মৃত্যু হয় উপসা ফুকনৰ।

      দেওবাৰে ৰাতিপুৱা প্ৰায় ৭.৫৫ মিনিটত এই কৰুণ ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলত লতাশিল থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

      পিতৃ ভৃগু ফুকনৰ মৃত্যুৰ পিছৰে পৰা খাৰঘূলিত থকা তেওঁলোকৰ বাসগৃহত মাতৃৰ সৈতে একেলগে আছিল উপসা ফুকন। এয়া আত্মহত্যা নে আন কিবা সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

      মৰণোত্তৰ পৰীক্ষাৰ লগতে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

      উল্লেখ্য এগৰাকী প্ৰতিভাশালী যুৱতীৰ এইদৰে দুৰ্ভাগ্যজনক মৃত্যুৰ পিছতে অসম গণ পৰিষদ দলৰ নেতা মনোজ শইকীয়া খাৰঘূলিস্থিত বাসগৃহত উপস্থিত হৈ গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।

      Tags: Bhrigu Kumar PhukanGuwahatiGuwahati Police

      Related Posts

      মানচেষ্টাৰত কে এল ৰাহুলে ৰচিলে এক বিশেষ অভিলেখ
      Top News

      July 23, 2025
      ‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      শীৰ্ষ সংবাদ

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist