• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 13, 2025
32 °c
Guwahati
28 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    চামগুৰিত বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন ৩০ বছৰীয়া যুৱকৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home আন্তঃ ৰাষ্ট্ৰীয়

      পৰ্বতসম সম্পত্তিৰ গৰাকী পুটিন; ‘ঘোষ্ট ট্ৰেইন’ৰ বিষয়ে জানিলে হতবাক হ’ব আপুনি

      Nation NE by Nation NE
      July 9, 2024
      in আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      পৰ্বতসম সম্পত্তিৰ গৰাকী পুটিন; ‘ঘোষ্ট ট্ৰেইন’ৰ বিষয়ে জানিলে হতবাক হ’ব আপুনি

      ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

      Share on FacebookShare on TwitterWhatsApp

      ১১ কোটি দৰমহা পোৱা এজন ৰাষ্ট্ৰপতি। বিশ্বৰ ধনী নেতাৰ তালিকাত প্ৰথমে নাম আহে ৰাষ্ট্ৰপতিজনৰ। নিজৰ আদৱ-কায়দাৰে বা দেশখনৰ আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে বিশ্বৰ ভিতৰতে এখন শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি তেওঁ। ভাৰতৰ সৈতেও ৰাষ্ট্ৰপতিজনৰ পূৰ্বৰে পৰা এক বন্ধুত্ব সুলভ সম্পৰ্ক আছে।

      তেওঁ হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । পুটিনক বিশ্বৰ আটাইতকৈ ধনী নেতাসকলৰ ভিতৰত গণ্য কৰা হয়। কিয়নো পুটিনে বছৰি ১৪,০০০ ডলাৰ (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১১.৭ কোটি) দৰমহা লাভ কৰে। ২০০ বিলিয়ন ডলাৰ (১৬ লাখ কোটি টকা) সম্পত্তিৰ গৰাকী ৰাষ্ট্ৰপতিজন।

      বিৰোধী নেতাৰ মতে, পুটিনৰ এটা বিলাসী প্ৰাসাদসদৃশ ঘৰ আছে। যিটো কৃষ্ণ সাগৰৰ পাৰত ১,৯০,০০০ বৰ্গফুটত নিৰ্মাণ কৰা হৈছে। বাংলোটোৰ মূল্য ১ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমান কৰা হৈছে। পুটিনৰ এই ৰাজকীয় ঘৰটোত এটা ভূগৰ্ভস্থ বাংকাৰো আছে।

      ইয়াৰ উপৰি পুল, জিম, চিনেমা হলৰ দৰে সুবিধাও আছে। পুটিনৰ ওচৰত কমেও ১৯ টা ঘৰ আছে। তেওঁৰ ৭০০ খন বাহন, ১২ খন ব্যক্তিগত জেট আৰু হেলিকপ্টাৰ আছে। অৱশ্যে, আনুষ্ঠানিকভাৱে পুটিনৰ নামত মাত্ৰ ৮০০ বৰ্গফুটৰ এপাৰ্টমেণ্ট, এটা ট্ৰেইলাৰ আৰু তিনিখন গাড়ী আছে।

      তথ্য অনুসৰি, ভ্লাদিমিৰ পুটিনে বেছিভাগ তেওঁৰ ব্যক্তিগত ৰে’লৰ দ্বাৰা ভ্ৰমণ কৰিবলৈ ভাল পায়। যাক ‘ঘোষ্ট ট্ৰেইন’ বুলি কোৱা হয়। ২২ কোচৰ ৰে’লখন সম্পূৰ্ণৰূপে বুলেট প্ৰুফ। আনকি ইয়াৰ দুৱাৰ আৰু খিৰিকীবোৰ বুলেটপ্ৰুফ।

      ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ৰে’লখনত সাত তাৰকা হোটেলৰ দৰে সুবিধা আছে। ইয়াত বিলাসী শোৱনি কোঠা, ডাইনিং ৰুম, চিনেমা থিয়েটাৰ আদিৰ দৰে সুবিধা আছে।

      ইয়াত আধুনিক জিম, পাৰ্লাৰৰ সুবিধা আছে। ৰে’লখনৰ দুটা ডবাত চিকিৎসালয়ৰ সুবিধা আছে। য’ত অস্ত্ৰোপচাৰৰ সুবিধা আছে। এই ৰে’লখনৰ ব্যয় আছিল ৭৪ নিযুত ডলাৰ। ইয়াৰ উপৰি, ৰে’লখনৰ তত্বাৱধানত প্ৰতি বছৰে প্ৰায় ১৫.৮ নিযুত ডলাৰ ব্যয় কৰা হয়।

      Tags: Ghost TrainRussiaVladimir Putin

      Related Posts

      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
      Top News

      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

      July 12, 2025
      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ
      Top News

      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

      July 12, 2025
      গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
      Top News

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      July 12, 2025
      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      July 11, 2025
      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Top News

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      July 11, 2025
      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ
      Top News

      কপিল শৰ্মাৰ ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা; দায়িত্ব স্বীকাৰ এইগৰাকী ম’ষ্ট ৱাণ্টেডৰ

      July 10, 2025

      শীৰ্ষ সংবাদ

      কিডনীক নীৰৱে ক্ষতি কৰা ১০ দৈনন্দিন অভ্যাসৰ বিষয়ে সবিশেষ…

      ভোটাৰ তালিকাত নেপাল, বাংলাদেশ, ম্যানমাৰৰ লোক… এই চাঞ্চল্যকৰ তথ্য বিহাৰৰ

      অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

      দক্ষিণৰ জনপ্ৰিয় অভিনেতা শ্ৰীনিৱাস ৰাওৰ দেহাৱসান

      চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাজ্যসভালৈ মনোনীত

      ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP