• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আপুনিও ৰাহি কৰিব পাৰে লাখ-লাখ টকা; উপাৰ্জন কৰা সকলৰ বাবে আশীৰ্বাদস্বৰূপ কৰ সঞ্চয়ৰ এই ৫ পৰামৰ্শ

Nation NE by Nation NE
July 9, 2024
in ৰাষ্ট্ৰীয়, উত্তৰ পূৱ
0 0
আপুনিও ৰাহি কৰিব পাৰে লাখ-লাখ টকা; উপাৰ্জন কৰা সকলৰ বাবে আশীৰ্বাদস্বৰূপ কৰ সঞ্চয়ৰ এই ৫ পৰামৰ্শ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এগৰাকী নিয়োজিত ব্যক্তিয়েই হওঁক বা ব্যৱসায়ীয়েই হওঁক, সকলোৱে নিজৰ কৰ ৰাহি কৰিবলৈ চেষ্টা কৰে। কৰ সঞ্চয় কৰাটো দৈনিক কৰ্মৰত লোকসকলৰ বাবে এক প্ৰত্যাহ্বান।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে আইটিআৰ দাখিল কৰাৰ অন্তিম দিন হৈছে ৩১ জুলাই। আয়কৰ শ্লেব অনুসৰি, যদি এজন ব্যক্তিয়ে পুৰণি কৰ প্ৰণালী বাচনি কৰিছে, তেন্তে তেওঁ ৫ লাখ টকালৈকে উপাৰ্জনৰ ওপৰত কৰিব নালাগে কোনো কৰ পৰিশোধ। কিন্তু নতুন কৰ ব্যৱস্থাত, ৭ লাখ টকা উপাৰ্জনলৈ নাই কোনো কৰ।

এই আয়কৰ সঞ্চয়ৰ পাঁচটা উপায় হৈছে-

১. গৃহঋণ

যদি কোনো ব্যক্তিয়ে গৃহ ঋণ লৈছে, তেন্তে তেওঁ ধাৰা ৮০চি- ৰ অধীনত ইয়াৰ মূল পৰিমাণৰ ওপৰত কৰ ৰেহাই পাব পাৰে। লগতে তেওঁ আয়কৰ আইনৰ ধাৰা ৮০ চি-ৰ অধীনত গৃহ ঋণৰ সূতৰ ওপৰত ৰেহাই পাব পাৰে। যদি তেওঁৰ সম্পত্তি স্ব-অধিকাৰত আছে, তেনেহ’লে ২ লাখ টকালৈকে সূতৰ ওপৰত কৰ ৰেহাই দাবি কৰিব পাৰে।

২. কৰ্মচাৰী ভৱিষ্যত নিধি

বেতনভোগী লোকসকলৰ বাবে কৰ সঞ্চয়ৰ আটাইতকৈ সহজ বিকল্পবোৰৰ ভিতৰত এটা হৈছে কৰ্মচাৰী ভৱিষ্যত নিধি (ইপিএফ)। ই আয়কৰ আইনৰ ধাৰা ৮০ চি- ৰ অধীনত ১.৫ লাখ টকালৈকে কৰ ৰেহাই প্ৰদান কৰিব পাৰে। পিএফ একাউণ্টত বছৰি ২.৫ লাখ টকালৈকে সূত কৰমুক্ত।

৩. গৃহ ভাত্তা

গৃহ ভাত্তা হৈছে  কৰ্মচাৰীসকলক তেওঁলোকৰ গৃহৰ মজুৰি পৰিশোধ কৰিবলৈ দিয়া এক ভাত্তা। আয়কৰ আইনৰ ধাৰা ১০(১৩ এ) ৰ অধীনত এইচআৰএ – ৰ ওপৰত কিছুমান সীমাবদ্ধতা সাপেক্ষে কৰ ৰেহাই প্ৰাপ্ত কৰিব পাৰে।

৪. স্বাস্থ্য বীমা আঁচনি

আয়কৰ আইনৰ ধাৰা ৮০চি- ৰ অধীনত, যদিহে কোনোৱে স্বাস্থ্য বীমাৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰে, তেতিয়া এজন ব্যক্তিয়ে নিজৰ কৰ ৰেহাই প্ৰাপ্ত কৰিব পাৰে। যদিহে কোনো ব্যক্তিৰ পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ বাবে স্বাস্থ্য বীমা আঁচনি আছে, তেওঁ ২৫,০০০ টকালৈকে প্ৰিমিয়ামৰ ওপৰত কৰ কৰ্তন দাবী কৰিব পাৰে। যদি তেওঁৰ পিতৃ-মাতৃ জ্যেষ্ঠ নাগৰিক হয়, কৰ ৰেহাইৰ সীমা ৫০,০০০ লৈ বৃদ্ধি হয়।

৫. টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই

এগৰাকী ব্যক্তিয়ে নিজৰ সন্তানৰ শিক্ষাৰ বাবে বিদ্যালয়/মহাবিদ্যালয়ৰ মাচুলৰ অন্তৰ্ভূক্ত টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই পাব পাৰে। আয়কৰ আইনৰ ধাৰা ৮০চি-(১৭) ৰ অধীনত থকা এক ব্যৱস্থাই সন্তানৰ টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই দাবী কৰিব পাৰে। এই ৰেহাই প্ৰাপ্ত কৰিবলৈ, তেওঁ প্ৰতিষ্ঠানটোৰ পৰা নামভৰ্তি প্ৰমাণপত্ৰ আৰু মাচুলৰ ৰচিদ দাখিল কৰিব লাগিব।

Tags: EPFIncome Tax

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026
বিবাহৰ দিনটোত হাতে-লোটে ধৰা পৰিছিল পলাশ মুছল, স্মৃতিৰ বন্ধুৱে উদঙালে গোপন তথ্য

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025