• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আপুনিও ৰাহি কৰিব পাৰে লাখ-লাখ টকা; উপাৰ্জন কৰা সকলৰ বাবে আশীৰ্বাদস্বৰূপ কৰ সঞ্চয়ৰ এই ৫ পৰামৰ্শ

Nation NE by Nation NE
July 9, 2024
in ৰাষ্ট্ৰীয়, উত্তৰ পূৱ
0 0
আপুনিও ৰাহি কৰিব পাৰে লাখ-লাখ টকা; উপাৰ্জন কৰা সকলৰ বাবে আশীৰ্বাদস্বৰূপ কৰ সঞ্চয়ৰ এই ৫ পৰামৰ্শ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

এগৰাকী নিয়োজিত ব্যক্তিয়েই হওঁক বা ব্যৱসায়ীয়েই হওঁক, সকলোৱে নিজৰ কৰ ৰাহি কৰিবলৈ চেষ্টা কৰে। কৰ সঞ্চয় কৰাটো দৈনিক কৰ্মৰত লোকসকলৰ বাবে এক প্ৰত্যাহ্বান।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে আইটিআৰ দাখিল কৰাৰ অন্তিম দিন হৈছে ৩১ জুলাই। আয়কৰ শ্লেব অনুসৰি, যদি এজন ব্যক্তিয়ে পুৰণি কৰ প্ৰণালী বাচনি কৰিছে, তেন্তে তেওঁ ৫ লাখ টকালৈকে উপাৰ্জনৰ ওপৰত কৰিব নালাগে কোনো কৰ পৰিশোধ। কিন্তু নতুন কৰ ব্যৱস্থাত, ৭ লাখ টকা উপাৰ্জনলৈ নাই কোনো কৰ।

এই আয়কৰ সঞ্চয়ৰ পাঁচটা উপায় হৈছে-

১. গৃহঋণ

যদি কোনো ব্যক্তিয়ে গৃহ ঋণ লৈছে, তেন্তে তেওঁ ধাৰা ৮০চি- ৰ অধীনত ইয়াৰ মূল পৰিমাণৰ ওপৰত কৰ ৰেহাই পাব পাৰে। লগতে তেওঁ আয়কৰ আইনৰ ধাৰা ৮০ চি-ৰ অধীনত গৃহ ঋণৰ সূতৰ ওপৰত ৰেহাই পাব পাৰে। যদি তেওঁৰ সম্পত্তি স্ব-অধিকাৰত আছে, তেনেহ’লে ২ লাখ টকালৈকে সূতৰ ওপৰত কৰ ৰেহাই দাবি কৰিব পাৰে।

২. কৰ্মচাৰী ভৱিষ্যত নিধি

বেতনভোগী লোকসকলৰ বাবে কৰ সঞ্চয়ৰ আটাইতকৈ সহজ বিকল্পবোৰৰ ভিতৰত এটা হৈছে কৰ্মচাৰী ভৱিষ্যত নিধি (ইপিএফ)। ই আয়কৰ আইনৰ ধাৰা ৮০ চি- ৰ অধীনত ১.৫ লাখ টকালৈকে কৰ ৰেহাই প্ৰদান কৰিব পাৰে। পিএফ একাউণ্টত বছৰি ২.৫ লাখ টকালৈকে সূত কৰমুক্ত।

৩. গৃহ ভাত্তা

গৃহ ভাত্তা হৈছে  কৰ্মচাৰীসকলক তেওঁলোকৰ গৃহৰ মজুৰি পৰিশোধ কৰিবলৈ দিয়া এক ভাত্তা। আয়কৰ আইনৰ ধাৰা ১০(১৩ এ) ৰ অধীনত এইচআৰএ – ৰ ওপৰত কিছুমান সীমাবদ্ধতা সাপেক্ষে কৰ ৰেহাই প্ৰাপ্ত কৰিব পাৰে।

৪. স্বাস্থ্য বীমা আঁচনি

আয়কৰ আইনৰ ধাৰা ৮০চি- ৰ অধীনত, যদিহে কোনোৱে স্বাস্থ্য বীমাৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰে, তেতিয়া এজন ব্যক্তিয়ে নিজৰ কৰ ৰেহাই প্ৰাপ্ত কৰিব পাৰে। যদিহে কোনো ব্যক্তিৰ পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ বাবে স্বাস্থ্য বীমা আঁচনি আছে, তেওঁ ২৫,০০০ টকালৈকে প্ৰিমিয়ামৰ ওপৰত কৰ কৰ্তন দাবী কৰিব পাৰে। যদি তেওঁৰ পিতৃ-মাতৃ জ্যেষ্ঠ নাগৰিক হয়, কৰ ৰেহাইৰ সীমা ৫০,০০০ লৈ বৃদ্ধি হয়।

৫. টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই

এগৰাকী ব্যক্তিয়ে নিজৰ সন্তানৰ শিক্ষাৰ বাবে বিদ্যালয়/মহাবিদ্যালয়ৰ মাচুলৰ অন্তৰ্ভূক্ত টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই পাব পাৰে। আয়কৰ আইনৰ ধাৰা ৮০চি-(১৭) ৰ অধীনত থকা এক ব্যৱস্থাই সন্তানৰ টিউচন মাচুলৰ ওপৰত কৰ ৰেহাই দাবী কৰিব পাৰে। এই ৰেহাই প্ৰাপ্ত কৰিবলৈ, তেওঁ প্ৰতিষ্ঠানটোৰ পৰা নামভৰ্তি প্ৰমাণপত্ৰ আৰু মাচুলৰ ৰচিদ দাখিল কৰিব লাগিব।

Tags: EPFIncome Tax

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025