• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
27 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ইজৰাইল প্ৰৱেশত বাধা দুই ব্ৰিটিছ সাংসদক; বিমান বন্দৰৰ পৰাই আটক…

      Nation NE by Nation NE
      April 6, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ইজৰাইল প্ৰৱেশত বাধা দুই ব্ৰিটিছ সাংসদক; বিমান বন্দৰৰ পৰাই আটক…
      Share on FacebookShare on TwitterWhatsApp

      গাজাৰ ওপৰত আক্ৰমণ অব্যাহত ৰখা ইজৰাইল সোমাই পৰিছে আন এক বিতৰ্কত। এইবাৰ ব্ৰিটিছৰ দুগৰাকী সাংসদক দেশখনত প্ৰৱেশ কৰিব নিদিয়া ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হৈছে ইজৰাইল। দুয়োগৰাকী সাংসদক বিমান বন্দৰৰ পৰাই আটক কৰিছে ইজৰাইল প্ৰশাসনে।

      ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্ৰিটিছ বিদেশ মন্ত্ৰী ডেভিদ লেমীয়ে কয় যে ব্ৰিটিছ সাংসদৰ লগতে এনেধৰণৰ ব্যৱহাৰ কৰিব নালাগিছিল।

      উল্লেখ্য যে, লেবাৰ পাৰ্টীৰ সদস্য তথা সাংসদ য়ুআন য়ং আৰু অবতিছাম মহম্মদ আহিছিল ইজৰাইললৈ। ইজৰাইল প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা আৰু নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপৰ ‘নথিভুক্ত’ কৰাৰ পৰিকল্পনাৰ অভিযোগ তুলি দেশখনত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে।

      এই ঘটনাক লৈ ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া ব্ৰিটিছ সাংসদৰ প্ৰতি অন্যায়। তেওঁ কয়, ‘আমি ইজৰাইল চৰকাৰক এই বিষয়ত আমাৰ স্থিতি স্পষ্ট কৰিছো আৰু দুয়োজন সাংসদৰ সৈতে গোটেই নিশা যোগাযোগ কৰি তেওঁলোকক সমৰ্থন আগবঢ়াইছো।’

      উল্লেখ্য যে, এই বিষয় সন্দৰ্ভত ইজৰাইল চৰকাৰৰ সৈতে ব্ৰিটিছ চৰকাৰৰ অহৰহ যোগাযোগ হৈ আছে। এই ঘটনাৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে যদিও শীঘ্ৰে ইয়াৰ সমাধান হ’ব বুলিও আশা কৰা হৈছে।

      Tags: Abtisam MohamedBritishIsraelYuan Yang

      Related Posts

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন
      Top News

      July 24, 2025
      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
      Top News

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      July 24, 2025
      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…
      Top News

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      July 24, 2025

      শীৰ্ষ সংবাদ

      WWEৰ কিম্বদন্তী মল্লযুঁজাৰু হাল্ক হোগানৰ নিধন

      ৰাহুল গান্ধীৰ অভিযোগক অহেতুক আখ্যা নিৰ্বাচন আয়োগৰ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist