• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৱাকফ সংশোধনী আইনৰ বিৰোধিতা নকৰে মুছলমানে! আৰ এছ এছৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নতুন মন্ত্ৰ

      Nation NE by Nation NE
      April 8, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…
      Share on FacebookShare on TwitterWhatsApp

      দেশজুৰি ৱাকফ সন্দৰ্ভত মুছলমান সমাজ আৰু ৰাজনৈতিক দলসমূহে কৰি থকা প্ৰতিবাদৰ মাজতে মুছলিম ৰাষ্ট্ৰীয় মঞ্চই ঘোষণা কৰিছে যে এই বিষয়ত জনসাধাৰণৰ মাজত থকা ভুল ধাৰণা আঁতৰাবলৈ সমগ্ৰ দেশতে ১০০ৰো অধিক সংবাদমেল আৰু ৫০০ৰো অধিক আলোচনা চক্ৰৰ আয়োজন কৰিব লাগিব।

      মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ উদ্যোগত আয়োজিত ঈদ মিলান অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ নেতা, বুদ্ধিজীৱী, সমাজকৰ্মী আৰু ধৰ্মগুৰুসকলে ৱাকফ সংশোধনী আইন সম্পৰ্কে আলোচনা কৰি ইয়াক মুছলমান সমাজৰ বাবে এক ঐতিহাসিক আৰু পৰিৱৰ্তনশীল পদক্ষেপ বুলি অভিহিত কৰে।

      এই অনুষ্ঠানত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ গাইড ইন্দ্ৰেশ কুমাৰ, বিজেপিৰ সাংসদ জগদাম্বিকা পাল, আৰ এছ এছৰ যোগাযোগ প্ৰমুখ ৰামলাল, সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ কাৰ্যবাহী অধ্যক্ষ ড০ শ্বাহিদ আখতাৰ, মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক ড০ শালিনী আলী, দিল্লী ৱাকফ ব’ৰ্ডৰ প্ৰাক্তন সদস্য মহম্মদ আফজাল, ফাৰুক খান আদি উপস্থিত থাকে।

      মুছলিম নেচনেল ফ’ৰামৰ গাইড ইন্দ্ৰেশ কুমাৰে কয় যে, ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বিয়পি পৰা ভুল ধাৰণা আৰু উৰাবাতৰি শিপাই নোহোৱা কৰিবলৈ চেষ্টা কৰা হ’ব। ইন্দ্ৰেশ কুমাৰে ঘোষণা কৰে যে, মুছলিম ৰাষ্ট্ৰীয় মঞ্চই সমগ্ৰ দেশতে ১০০ খনতকৈও অধিক সংবাদমেল আৰু ৫০০ৰো অধিক আলোচনা চক্ৰৰ আয়োজন কৰিব। এই আইনখনৰ উদ্দেশ্য আৰু লাভালাভ প্ৰতিগৰাকী ব্যক্তিৰ মাজত বিয়পাই দিব।

      ইন্দ্ৰেশ কুমাৰে লগতে কয় যে, এই আইনখনে মুছলমান সম্প্ৰদায়ৰ আত্মসন্মান, ন্যায় আৰু সমতাৰ অধিকাৰ আৰু অধিক শক্তিশালী কৰিব। লগতে কয় যে এই আইনখন কাৰো বিৰুদ্ধ নহয়, বৰঞ্চ সকলোৰে স্বাৰ্থত ই ভাৰতীয় সমাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতা বৃদ্ধি কৰিব।

      আৰ এছ এছৰ যোগাযোগ প্ৰমুখ ৰামলালে ৱাকফ সংশোধনী বিলক মুছলমান সমাজৰ আস্থা আৰু সম্প্ৰীতি বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে, এই পৰিৱৰ্তনে ভাৰতীয় সমাজখনক নতুন শক্তি প্ৰদান কৰিব আৰু ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ মন্ত্ৰ কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ৰামলালে লগতে কয় যে, ৱাকফ সংশোধনী কেৱল আইনী পৰিৱৰ্তন নহয় বৰঞ্চ সামাজিক আৰু নৈতিক সংস্কাৰৰ দিশত এক বৃহৎ পদক্ষেপহে।

      Tags: muslimRSSWAQF

      Related Posts

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি
      Top News

      June 7, 2025
      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ
      Top News

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      June 7, 2025
      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰু পদপিষ্ট ঘটনা; ভুক্তভোগী লোকৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি

      পুনৰ মিলনৰ ইংগিত নেকি? এলন মাস্কে ডিলিট কৰিলে ট্ৰাম্প সম্পৰ্কীয় টুইট

      ভাৰতক জি-৭ সন্মিলনলৈ কিয় আমন্ত্ৰণ জনালে কানাডাই? প্ৰধানমন্ত্ৰীয়ে ক’লে সবিশেষ

      ভাৰতৰ স্বাধীনতা প্ৰসংগক লৈ RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য

      শুভমন গিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিকি পণ্টিঙৰ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist