• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

মহিলা সুৰক্ষাক লৈ গৃহমন্ত্ৰীৰ বিতৰ্কিত মন্তব্য, ক’লে- ‘ডাঙৰ চহৰত এনে সৰু-সুৰা ঘটনা ঘটিয়ে থাকে’

Nation NE by Nation NE
April 8, 2025
in ৰাষ্ট্ৰীয়, Top News
0 0
মহিলা সুৰক্ষাক লৈ গৃহমন্ত্ৰীৰ বিতৰ্কিত মন্তব্য, ক’লে- ‘ডাঙৰ চহৰত এনে সৰু-সুৰা ঘটনা ঘটিয়ে থাকে’
Share on FacebookShare on TwitterWhatsApp

বাংগালুৰুৰ ৰাজপথত এগৰাকী মহিলাক শ্লীলতা হানিৰ চেষ্টা কৰা গোচৰটোৱে গতি লাভ কৰিছে। এই বিষয়ত সাধাৰণ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ বিপৰীতে বিজেপিকে ধৰি বিৰোধী দলসমূহে মহিলা সুৰক্ষা আৰু আইন-শৃংখলাৰ বিষয়টোক লৈ কৰ্ণাটকৰ সিদ্দাৰমইয়া চৰকাৰক লক্ষ্য কৰি লৈছে।

ইফালে ৰাজ্যৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰে এনে এক মন্তব্য কৰে, যাৰ ফলত যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়।

আচলতে কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰক যেতিয়া এই বিষয়টো সন্দৰ্ভত সোধা-পোছা কৰা হৈছিল, তেতিয়া তেওঁ কৈছিল- ‘ডাঙৰ চহৰত এনে সৰু-সুৰা ঘটনা ঘটিয়ে থাকে’। যি আইনী ব্যৱস্থা ল’ব লাগে, সেয়া আইন অনুসৰি লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ নিজৰ আয়ুক্তক বিট পেট্ৰলিং বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিয়ে।

আচলতে বেংগালুৰুৰ সদ্দুগুন্টেপল্যাৰ সমীপত পথত এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰা এক ঘটনা সংঘটিত হৈছে। এই ঘটনাটো চিচিটিভি কেমেৰাত ৰেকৰ্ড হয়। দক্ষিণ-পূব বেংগালুৰুৰ ডিচিপি চাৰা ফাতিমাই কয় যে এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে। বিএনএছৰ ৭৪, ৭৫, ৭৮ ধাৰাত এফআইআৰ দাখিল কৰা হৈছে।

চিচিটিভি কেমেৰাত স্পষ্টকৈ দেখা গৈছে যে, এজন অচিনাকি ব্যক্তিয়ে পথত খোজ কাঢ়ি থকা এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা কৰে। পিছে ঘটনা সংঘটিত কৰিয়েই লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় অভিযুক্তই।

পিছে এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ সন্মুখত কৰ্ণাটকৰ গৃহমন্ত্ৰীৰ এনে দায়সৰা মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক সমালোচনা কৰিছে বিভিন্নজনে।

Tags: ControversyHome MinisterKarnataka

Related Posts

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025

শীৰ্ষ সংবাদ

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025