• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

চৰকাৰী ধন সোমাইছিল পত্নীৰ একাউন্টত, ধন লৈ প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা

Nation NE by Nation NE
July 10, 2024
in ৰাষ্ট্ৰীয়
0 0
চৰকাৰী ধন সোমাইছিল পত্নীৰ একাউন্টত, ধন লৈ প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

চৰকাৰী ধন লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল ১১ গৰাকী মহিলা। ছ’চিয়েল মিডিয়াত চিনাকী হৈ প্ৰেমৰ সম্পৰ্ক হোৱা প্ৰেমিকৰ সৈতে পলাল ১১ গৰাকী মহিলা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ৪০ হাজাৰকৈ টকা সোমাইছিল এইসকল মহিলাৰ একাউন্টত। সেই টকা লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গ’ল ১১ গৰাকী মহিলা।

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাত সংঘটিত হৈছে এই ঘটনা। জিলাখনত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ২৩৫০ গৰাকী মহিলাৰ একাউন্টত সোমাইছিল চৰকাৰী ধন। ৪০ হাজাৰকৈ ধন সোমাইছিল আটাইকেইগৰাকী মহিলাৰ একাউন্টত। চৰকাৰী ধন লাভ কৰাৰ পিছতে অবৈধ প্ৰেমিকৰ লগত পলাই গ’ল ১১ গৰাকী মহিলা।

আনহাতে, আটাইকেইগৰাকী মহিলাৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত পৃথকে-পৃথকে এজাহাৰ দাখিল কৰিছে।

মহাৰাজগঞ্জ জিলাৰ দণ্ডাধীশে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন ১১ গৰাকী মহিলাই দুৰ্ব্যৱহাৰ কৰিছে। ঘৰ বনোৱাৰ পৰিৱৰ্তে চৰকাৰী ধন অন্য কামত ব্যৱহাৰ কৰাৰ বাবে তদন্তৰ নিৰ্দেশ দিছে জিলা দণ্ডাধীশে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাৰাবাংকী জিলাত ৪ গৰাকী মহিলাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৫০ হাজাৰ টকা লৈ অবৈধ প্ৰেমিকৰ সৈতে পলাই গৈছিল।

Tags: Married WomenPM Housing SchemeUttar Pradesh

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025