• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘ঔৰংজেৱৰ সমাধি বচাওক’, ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ মোগল বংশধৰৰ

Nation NE by Nation NE
April 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘ঔৰংজেৱৰ সমাধি বচাওক’, ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ মোগল বংশধৰৰ
Share on FacebookShare on TwitterWhatsApp

মোগল সম্ৰাট ঔৰংজেৱৰ সমাধিৰ বিষয়টো আকৌ এবাৰ সংবাদ মাধ্যমৰ শিৰোনামত। ঔৰংজেবৰ সমাধিৰ নিৰাপত্তাৰ প্ৰতি আশংকা প্ৰকাশ কৰিছে মোগল পৰিয়ালৰ উত্তৰাধিকাৰীয়ে। ঔৰংজেৱৰ সমাধিৰ সংৰক্ষণৰ দাবীত মোগল বংশৰ স্বঘোষিত উত্তৰাধিকাৰী বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ইয়াকুব হাবিবুদ্দিন টুচিয়ে ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছে পত্ৰ।

উল্লেখ্য যে, বিগত কিছুমাহৰ পৰা মোগল সম্ৰাট ঔৰংজেৱৰ সমাধি ভাঙি পেলোৱাৰ বাবে বিজেপি নেতাসকলৰ পৰা যথেষ্ট দাবী উত্থাপন হৈছিল, তাৰ পিছত বিৰোধী দল আৰু বিজেপিয়ে ঔৰংজেৱৰ নামত ইজনে সিজনৰ বিৰুদ্ধে বহু অভিযোগ-প্ৰতি অভিযোগ উত্থাপন কৰিছিল৷

দীৰ্ঘদিন ধৰি চলি থকা এই বিতৰ্কৰ পিছতে এতিয়া ইয়াকুব হাবিবুদ্দিন টুচিয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘত আবেদন দাখিল কৰি সমাধিৰ সুৰক্ষাৰ দাবী জনাইছে।

তেওঁ কয় যে, ‘মই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘত এখন আবেদন দাখিল কৰিছো, মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজিনগৰত অৱস্থিত মোৰ পূৰ্বপুৰুষ সম্ৰাট ঔৰংজেৱ আলমগীৰৰ সমাধিৰ বাবে তাৎক্ষণিক সুৰক্ষাৰ দাবী জনাইছো।’

ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন সংৰক্ষণ কৰাটো আন্তঃৰাষ্ট্ৰীয় আইনৰ অন্তৰ্ভুক্ত বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰে।

উল্লেখ্য যে, এমাহ পূৰ্বে ঔৰংজেৱৰ সমাধি আঁতৰোৱাৰ বিতৰ্কক কেন্দ্ৰ কৰি মহাৰাষ্ট্ৰৰ নাগপুৰত অশান্তি বিয়পি পৰিছিল।

Tags: Aurangzeb CemeteryMughalUnited Nation

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025