• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPLত সন্দীপ শৰ্মাৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ

Nation NE by Nation NE
April 17, 2025
in Top News, ক্ৰীড়া
0 0
IPLত সন্দীপ শৰ্মাৰ নামত সংযোজন হ’ল লজ্জাজনক অভিলেখ
Share on FacebookShare on TwitterWhatsApp

বুধবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ এখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছুপাৰ অভাৰত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে দিল্লী কেপিটেলছে। অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এলৰ ৩২ সংখ্যক মেচখনত এক লজ্জাজনক অভিলেখৰ গৰাকী হয় ৰাজস্থান ৰয়েলছৰ বলাৰ সন্দীপ শৰ্মা।

দিল্লী কেপিটেলছৰ ইনিংছৰ সময়ত বলিং কৰিবলৈ অহা সন্দীপ শৰ্মাৰ নামত যি অভিলেখ সংযোজন হ’ল সেয়া কোনো বলাৰে সপোনতো হয়টো নাভাবে।

সন্দীপ শৰ্মাই দিল্লী কেপিটেলছৰ ইনিংছৰ শেষৰটো অভাৰত ৬টা বলৰ ঠাইত দিয়ে ১১টা বল। তেওঁৰ অভাৰটোত আছিল চাৰিটা ৱাইড আৰু এটা ন’ বল। সেইটো অভাৰত দিয়ে ১৯ ৰান। মেচখনত সন্দীপ শৰ্মাই কোনো উইকেট লাভ নকৰাকৈয়ে চাৰি অভাৰত ৩৩ ৰান প্ৰদান কৰে।

সন্দীপ শৰ্মাৰ এই অভাৰটো হৈছে আই পি এলৰ ইতিহাসত এটা অভাৰত সৰ্বাধিক বল কৰাৰ অভিলেখ। আই পি এলত এটা অভাৰত সৰ্বাধিক বল দিয়াৰ অভিলেখ আছে শাৰ্দুল ঠাকুৰ, মহম্মদ ছিৰাজ আৰু তুষাৰ দেশপাণ্ডে আৰু সন্দীপ শৰ্মাৰ নামত।

এটা অভাৰত সৰ্বাধিক বল কৰা বলাৰ

১১টা বল- মহম্মদ ছিৰাজ

১১টা বল- তুষাৰ দেশপাণ্ডে

১১টা বল- শাৰ্দুল ঠাকুৰ

১১টা বল- সন্দীপ শৰ্মা

Tags: Bowling RecordEmbarrassingIPLSandeep Sharma

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025