• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যি মছজিদত প্ৰথমে হিন্দুসকলে পুষ্পবৃষ্টি কৰিছিল, সেই মছজিদত এতিয়া ‘জয় শ্ৰী ৰাম’ ধ্বনি, বিধায়ক বালমুকুণ্ডৰ বিৰুদ্ধে FIRৰ দাবী

Nation NE by Nation NE
April 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
যি মছজিদত প্ৰথমে হিন্দুসকলে পুষ্পবৃষ্টি কৰিছিল, সেই মছজিদত এতিয়া ‘জয় শ্ৰী ৰাম’ ধ্বনি, বিধায়ক বালমুকুণ্ডৰ বিৰুদ্ধে FIRৰ দাবী
Share on FacebookShare on TwitterWhatsApp

কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ৰাজস্থানৰ জয়পুৰতো অব্যাহত আছে  প্ৰতিবাদ। ইফালে প্ৰতিবাদৰ সময়তে এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, প্ৰতিবাদৰ সময়তে বিজেপিৰ বিধায়ক বালমুকুন্দ আচাৰ্যই লগত লৈ আহে ‘পাকিস্তান মুৰ্দাবাদ’ বুলি লিখা পোষ্টাৰ।

প্ৰতিবাদ শেষ হোৱাৰ পিছতে বিজেপি বিধায়কগৰাকীৰ লগতে তেওঁৰ লগত অহা ৰাইজে জোহৰি বজাৰৰ মছজিদৰ বাহিৰত এই পোষ্টাৰবোৰ লগাই ‘জয় শ্ৰী ৰাম’ শ্ল’গান দিয়ে।

এই ঘটনাৰ বাবেই ২৫ এপ্ৰিল সন্ধিয়া জয়পুৰত ৰাজপথত সমবেত হৈ বিজেপি বিধায়কজনৰ বিৰুদ্ধে এফআইআৰ দাবী কৰি হাজাৰ হাজাৰ লোক ৰাজপথত সমবেত হয়। ৰাইজে সন্মতি দি এই গোচৰ পঞ্জীয়নৰ আশ্বাস দিয়াৰ পিছতহে প্ৰতিবাদৰ অন্ত পেলায়। এই একেটা মছজিদত ৩১ মাৰ্চত পবিত্ৰ ঈদৰ উৎসৱত নামাজীৰ ওপৰত হিন্দুসকলে ফুলৰ বৰষুণ কৰিছিল।

পিছে এতিয়া ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজস্থানৰ ৰাজধানী জয়পুৰতো ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকক ধৰ্মৰ ভিত্তিত গুলীচালনা কৰে। ইয়াৰ বাবে দেশবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাৰ লগতে একাংশ লোকে মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰিছে।

একে সময়তে অভিযোগ অনুসৰি, জয়পুৰত বিজেপিৰ বিধায়ক তথা সমৰ্থকসকলে সংখ্যালঘুৱে বহু আপত্তিজনক শ্লোগানও উত্থাপন কৰে। ইয়াৰ বাবেই তাত থকা পৰিৱেশৰো অৱনতি ঘটিবলৈ ধৰিলে। নিশা শ শ লোকে মছজিদৰ বাহিৰত সমবেত হৈ প্ৰতিবাদ আৰু শ্লোগান দিবলৈ আৰম্ভ কৰে। বিজেপিৰ বিধায়ক বালমুকুন্দ আচাৰ্য আৰু তেওঁৰ সমৰ্থকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় একাংশ ৰাইজে।

ইয়াৰ ওপৰত আৰক্ষী আয়ুক্তকে ধৰি সকলো বিষয়াই সেই স্থানত উপস্থিত হয়। এই সমগ্ৰ অঞ্চলটো এটা কেণ্টনমেণ্টলৈ ৰূপান্তৰিত কৰা হ’ল। আৰক্ষী বিষয়াসকলে এই অভিযোগৰ ভিত্তিত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু তাৰ পিছত এই প্ৰতিবাদৰ অন্ত পেলায়।

আনহাতে বিজেপিৰ বিধায়ক বালমুকুন্দ আচাৰ্যই কয় যে, পাকিস্তান মুৰ্দাবাদক লৈ কোনোবাই কিয় আপত্তি কৰিব পাৰে? ইয়াৰ বিৰোধিতা কৰা মানুহ পাকিস্তানৰ সমৰ্থক। এই বিষয়টোক লৈ বৰ্তমান জয়পুৰৰ পৰিৱেশ উত্তাল হৈ উঠিছে।

Tags: Indiakashmirpahalgam

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025